মৰাণত জিভা পিছল খালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । বিশ্ব ৰেকৰ্ডৰ বাবে মৰাণৰ নাট্য মন্দিৰত আখৰা চলোৱা নাচনী সকলৰ প্ৰস্তুতি চাবলৈ আহি সাংবাদিকৰ আগত ক'লে ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি । এজন দায়িত্বশীল মন্ত্ৰী হৈ একো নভবাকৈ সাধাৰণ ভাৱে সাংবাদিকৰ আগত কৈ দিয়া কথাষাৰিয়ে হাঁহিৰ খোৰাকো জগাইছে বহুতৰ মাজত ।
ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী । মৰাণত সাংবাদিকৰ আগত ভাষ্য দিওতে কৈ দিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/04/nerity_dc90404b0b46984acb7e2fe31d226d50.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)