::অইন বছৰৰ দৰে এই বেলিয়ো ইয়াৰ ওচৰৰ বৰজাৰত তিনিদিনীয়া কাৰ্যসুচীৰে অহা ৬,৭ আৰু ৮ বহাগত বহাগী উৎসব উদযাপনৰ প্ৰস্ততি চলোৱা হৈছে । এই উপলক্ষে উদয় চন্দ্ৰ কলিতাক সভাপতি,প্ৰভাত চন্দ্ৰ হালৈক কাৰ্যকৰী সভাপতি ,ধীৰাজ কলিতা আৰু বিশাল কলিতাক সম্পাদক হিচাবে লৈ বৰজাৰ বহাগী উৎসব উদযাপন সমিতি নামেৰে এখন পৰিচালনা সমিতি গঠন কৰা হয় ।উৎসৱ উপলক্ষে জাৰণি নামেৰে এখন স্মৰনিকা প্ৰকাশ কৰিব । উৎসব উদযাপন সমিতিৰ সম্পাদকে জনোৱা মতে বহাগী উৎসৱ উপলক্ষে মুকলি বিহু ,বিহুকুৱৰী ,একক আধুনিক নৃত্য , বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আদি অনুষ্ঠিত হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
“ग़ुस्सा है” क्यों बोली Manipur की ‘इमा’? Loksabha Election | Narendra Modi | Amit Shah
“ग़ुस्सा है” क्यों बोली Manipur की ‘इमा’? Loksabha Election | Narendra...
নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ উদ্যোগত দেওমৰনৈত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন
সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন,দৰং জিলা কমিটিৰ উদ্যোগত মহলীয়াপাৰাৰ উঁহৰচ’কত বিনামূলীয়া...
ৰহা ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চ ৰ ষষ্ঠদশ বাৰ্ষিক শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুতি।
বৰ্ষ ২০০৮ ত স্থাপিত ৰহা ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চয়ে এইবৰ্ষ ষষ্ঠদশ বাৰ্ষিক শ্ৰীশ্ৰী দুৰ্গা পূজাৰ...
জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ শতাধিক পুৰুষ মহিলাই পথলৈ উলাই আহি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত পথছোৱা নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ
নলবাৰী জিলাৰ উত্তৰ কৈঠালকুছিত এটি গুৰুত্বপূৰ্ণ লোকনির্মাণ পথত হোৱা প্ৰকাণ্ড-প্ৰকাণ্ড...