কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি ল'লে চৰাইদেউ জিলাৰ ১ নং শ'লগুৰি গাঁৱৰ বৰষা কাকতি (২২) নামৰ যুৱতী গৰাকীয়ে l স্কীল ডেভলৱমেণ্টৰ অধীনত আগষ্ট মাহত বহিঃৰাজ্য চেন্নাইলৈ গৈছিল কাম কৰিবলৈ । তাত তেওঁ এখন শ্বপিং ম'লত কৰ্মৰত হৈ আছিল । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দুদিন মানৰ পূৰ্বে তেওঁ অসুস্থ হৈছিল বুলি লগৰীয়াই পৰিয়ালক অৱগত কৰিছিল । কিন্তু হঠাত্ যুৱতী গৰাকী মৃত্যু হোৱা খবৰ পৰিয়ালে লাভ কৰাত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় পৰিয়ালৰ মাজত । মৃত যুৱতী গৰাকীৰ মৃতদেহ স্ব-গৃহ আহি পোৱাত মৃতদেহত কিছু আঘাতৰ চিন থকাত পৰিয়ালৰ লোকে মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Dog Sexual Abuse : Pune मध्ये कुत्रीवर लैंगिक अत्याचार करणारा 65 वर्षीय व्यक्ती कसा पकडला?
Dog Sexual Abuse : Pune मध्ये कुत्रीवर लैंगिक अत्याचार करणारा 65 वर्षीय व्यक्ती कसा पकडला?
पुलिस कर्मियों को बाँधी राखी ,लिया रक्षा का वचन ।
सुल्तानपुर.विश्व हिंदू परिषद ,मातृशक्ति दुर्गावाहिनी की बहिनों द्वारा हर वर्ष की भाँती इस वर्ष भी...
G20 से लेकर I.N.D.I.A गठबंधन तक, सब पर खुलकर बोलीं आतिशी | Exclusive | G20 | AAP | Delhi LG
G20 से लेकर I.N.D.I.A गठबंधन तक, सब पर खुलकर बोलीं आतिशी | Exclusive | G20 | AAP | Delhi LG
ઈરફાન પઠાણ સાથે મુંબઈ એરપોર્ટ પર ગેરવર્તણૂક, જ્યોતિરાદિત્ય સિંધિયાએ વિસ્તારા એરલાઈન્સ પાસેથી માંગ્યો જવાબ
એશિયા કપ 2022 માટે ક્રિકેટ કોમેન્ટ્રી પેનલમાં સામેલ ભારતના ભૂતપૂર્વ ઓલરાઉન્ડર ઈરફાન પઠાણ અને તેના...