মৰাণত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। দিন দুপৰতে লকাৰ ভাঙি চোৰে লৈ গ'ল কেইবালাখ টকাৰ আ-অলংকাৰ।ঘটনা অনুসৰি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চুকাফা নগৰ নিৱাসী সঞ্জীৱ গগৈ আৰু মধুস্মিতা গগৈৰ বাসগৃহত দিনদুপৰতে প্ৰায় ১১-৩০ মান বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ এখন নীলা ৰঙৰ স্কুটি লৈ প্ৰথম অৱস্থাত সঞ্জীৱ গগৈৰ কুকুৰ টোক নিচা যুক্ত দ্ৰব্য মিহলাই অচেতন কৰি লয় আৰু কৌশলেৰে ভিতৰত প্ৰবেশ কৰি আলমাৰীৰ লকাৰ ভাঙি দুই লাখ।টকাৰ সোনৰ।গহনা লৈযায়। ঘৰটোতচোৰ প্ৰৱেশ কৰাৰ দৃশ্য বন্দী হৈছে চি চিটিভিত । ঘটনাৰ পাছতেই মৰাণ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দিন -দুপৰতে এনে কাণ্ড সংঘটিত হোৱাত ৰাইজ শংকিত হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજ તાલુકા મથકે મામલતદાર.સી.ડી.પી.ઓને વિવિધ માંગણીઓ ની કરાઈ માંગ....
કાંકરેજ તાલુકા મથકે મામલતદાર.સી.ડી.પી.ઓને વિવિધ માંગણીઓ ની કરાઈ માંગ....
दुखद हादसा: गौरा गणेश का विसर्जन करने गई 5 बच्चियां तालाब में डूबी, 2 की मौत; गांव में पसरा मातम
बिहार के नांलदा में मंगलवार की सुबह दुखद हादसा हो गया। रहुई थाना क्षेत्र के सोसंदी गांव में गौरा...
महाराष्ट्र के सोलापुर पहुंचे तेलंगाना के CM चंद्रशेखर राव, रुक्मिणी और तुलजा भवानी मंदिर में करेंगे दर्शन
बीआरएस अध्यक्ष और तेलंगाना के मुख्यमंत्री के चंद्रशेखर राव एक विशाल काफिले के साथ सोमवार को...
Ratan Tata Passed Away: Ravi Kishan ने लोगों को दी रतन टाटा के जीवन से सीख लेने की सलाह | Aaj Tak
Ratan Tata Passed Away: Ravi Kishan ने लोगों को दी रतन टाटा के जीवन से सीख लेने की सलाह | Aaj Tak