ডিবগড় জিলাৰ মৰাণ ৰাজহচক্ৰ বিষয়াৰকাৰ্য্যালয়ৰ মৰাণ আৰক্ষীথানাৰ অন্তৰ্গত চেপন চকলীয়াত কথমপি প্ৰানৰক্ষা চালকৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত চকলীয়াত ট্ৰাকNL01AD 9203 লগত চোটাহাটীAS33C0917ৰ লগত সংঘৰ্ষ হয়। দুৰ্ঘটনাত ট্ৰাক চালকজন ৰক্ষাপৰে যদিও বাহনখন ক্ষতিগ্ৰস্ত হয়। মৰাণ আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি থানালৈ।আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hero Destini 125 Vs Suzuki Access 125: 125 सीसी सेगमेंट के दोनों में किस स्कूटर को खरीदना होगा बेहतर
भारतीय बाजार में 125 सीसी सेगमेंट में कई स्कूटर्स को ऑफर किया जाता है। लेकिन हीरो मोटोकॉर्प...
সোনাৰি পথৰ ৰেল গেট ভাঙিলে বলেৰ' বাহনে । এক ঘন্টা ধৰি পথত আবদ্ধ হৈ থাকিল বহু-পথচাৰি আৰু যান-বাহন ।
এখন ৰেল পাৰ হোৱাৰ বাবে ৰেল কৰ্মচাৰীয়ে বন্ধ কৰিছিল ৰেল গেট । ৰেলখন পাৰ হোৱাৰ পাছত গেটখন খুলাৰ আগতে...
সোণাৰিত ফুটবল প্ৰতিযোগিতা সম্পন্ন
চৰাইদেউ জিলাৰ বৰুৱানগৰত চুকাফা কাপ ১৫ বছৰৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় দল বিজয়ী ।...