শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,দৰং জিলা শাখাৰ অন্তৰ্গত বুঢ়াখাট প্ৰাথমিক শাখা আৰু ডেকাগিৰি আঞ্চলিক শাখাৰ উদ্যোগত জগত গুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় ৷ জাতীয় জীৱনৰ প্ৰান প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ, একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱটি শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, বুঢ়াখাট প্ৰাথমিক শাখাৰ আতিথ্যত নামঘৰ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে।৷ তদুপলক্ষে পুৱা প্ৰাতঃ প্ৰসংগৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত গছ পুলি ৰোপন কৰে তিলক ডেকাই ৷ ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাথমিক শাখাৰ সভাপতি বিনয় কুমাৰ বৰুৱাই ৷ দুলাল বৰুৱাই পৰিচালনা কৰা ভাগৱত শোভাযাত্ৰা আৰু হৰকান্ত ডেকাই পৰিচালনা কৰা নাম প্ৰসংগৰ পিছতে মুকলি আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ক্ষেমাধৰ চহৰীয়াই সভাপতিত্ব কৰা সভা উদ্ধোধন কৰে আঞ্চলিক শাখাৰ উপদেষ্টা ভবেন্দ্ৰ চন্দ্ৰ ডেকাই ৷ সভাত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী অভিযন্তা ৰমেন মালাকাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हृदयस्पर्शी ! बाप-लेकीचं प्रेम पाहून तुमच्यापण डोळ्यात पाणी येईल, पाहा व्हिडिओ.... । Viral Video...
हृदयस्पर्शी ! बाप-लेकीचं प्रेम पाहून तुमच्यापण डोळ्यात पाणी येईल, पाहा व्हिडिओ.... । Viral Video...
बस एक बार ही देखने को मिलेगा डेटा, फिर हो जाएगा हमेशा के लिए गायब; ऐसे काम करती है WhatsApp की ये सेटिंग
वॉट्सऐप का इस्तेमाल हर दूसरा स्मार्टफोन यूजर कर रहा है। वॉट्सऐप पर एक टैप के साथ बहुत से काम किए...
দুৱাৰ গাঁৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰুভাৱ তিথি পালন
আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ৪৫৪ সংখ্যক তিৰুভাৱ তিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ...
विकास नगर पार्क में जन सेवार्थ लगवाई 4 बैंचें
विकास नगर पार्क में जन सेवार्थ लगवाई 4 बैंचेंबून्दी। जन जागरण सेवा समिति, बूंदी की प्रेरणा से...