জেৰেঙাৰ পথাৰত নহয় মাজনিশা মৰাণত চাউদাঙৰ অকথ্য নিৰ্যাতনত জয়মতীৰ বুকু ভেদ কৰি যোৱা আৰ্তনাদ , গদাপানি আৰু লাই-লেচাৰ উচুপনিৰে গুঞ্জৰিত হ'ল কেইবাখনো গাঁৱৰ ৰাইজ। মৰাণত টাই আহোম যুৱ পৰিষদ অসম ৰ মৰাণ মহকুমা সমিতি আৰু খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত সতী জয়মতী প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে জয়মতী দিৱস উদযাপন কৰে। মঙ্গলবাৰে খোৱাঙত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই দিৱসত নিশা সতী জয়মতীৰ নাট প্ৰদৰ্শন কৰা হয় l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिमाचल में 56 साल बाद बरामद हुए चार शव; IAF विमान हादसे में गंवाई थी जान
नई दिल्ली। हिमाचल प्रदेश के रोहतांग दर्रा में 56 साल पहले विमान हादसा हुआ था। भारतीय...
શખ્સે પિસ્તોલથી ત્રણ રાઉન્ડ ફાયરિંગ કર્યું.....
શખ્સે પિસ્તોલથી ત્રણ રાઉન્ડ ફાયરિંગ કર્યું.....
Maharashtra: ED का Sharad Pawar के पोते Rohit Pawar पर बड़ा एक्शन, जब्त किया 50 करोड़ का कारखाना
Maharashtra: ED का Sharad Pawar के पोते Rohit Pawar पर बड़ा एक्शन, जब्त किया 50 करोड़ का कारखाना
গাম্বিয়াত ৬৬টা শিশুৰ মৃত্যু! ভাৰতৰ চাৰিটা কফ চিৰাপক প্ৰাণঘাতী আখ্যা বিশ্ব স্বাস্থ্য সংস্থাৰ
চাৰিটা ভাৰতীয় কফ চিৰাপ সেৱনৰ ফলত গাম্বিয়াত ৬৬ জন শিশুৰ মৃত্যু হোৱাক লৈ বিশ্ব স্বাস্থ্য সংস্থাই...