জেৰেঙাৰ পথাৰত নহয় মাজনিশা মৰাণত চাউদাঙৰ অকথ্য নিৰ্যাতনত জয়মতীৰ বুকু ভেদ কৰি যোৱা আৰ্তনাদ , গদাপানি আৰু লাই-লেচাৰ উচুপনিৰে গুঞ্জৰিত হ'ল কেইবাখনো গাঁৱৰ ৰাইজ। মৰাণত টাই আহোম যুৱ পৰিষদ অসম ৰ মৰাণ মহকুমা সমিতি আৰু খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত সতী জয়মতী প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে জয়মতী দিৱস উদযাপন কৰে। মঙ্গলবাৰে খোৱাঙত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই দিৱসত নিশা সতী জয়মতীৰ নাট প্ৰদৰ্শন কৰা হয় l
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  राजस्थान के राज्यपाल बागडे बोले- 'चिकित्सा विभाग में खाली पड़े पदों को जल्द भरे सरकार'  
 
                      राजस्थान के राज्यपाल हरिभाऊ किसनराव बागडे ने मंगलवार को कहा कि चिकित्सा एवं स्वास्थ्य विभाग में...
                  
   বামুণবাৰী মছজিদত সম্বৰ্ধনা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক 
 
                      নাজিৰা সমষ্টিৰ বান্টুং পঞ্চায়তৰ অন্তৰ্গত বামুণবাৰী মছজিদত মছজিদ পৰিচালনা সমিতি তথা স্থানীয় লোকে...
                  
   રાજ્યના ગૃહમંત્રીશ્રી હર્ષભાઈ સંઘવીના વરદ હસ્તે બોટાદમાં નવનિર્મિત પોલીસ અધિક્ષકની કચેરી નુ લોકાર્પણ 
 
                      રાજ્યના ગૃહમંત્રીશ્રી હર્ષભાઈ સંઘવીના વરદ હસ્તે બોટાદમાં નવનિર્મિત પોલીસ અધિક્ષકની કચેરી નુ લોકાર્પણ
                  
   ભિલોડા ના કુંડોલપાલ ગામે ખાણ ખનીજ વિભાગના ટેન્ડરને અટકાવવાના સદભેઁ ગ્રામસભાનું આયોજન કરવામાં આવ્યું 
 
                      ભિલોડા ના કુંડોલપાલ ગામે ખાણ ખનીજ વિભાગના ટેન્ડરને અટકાવવાના સદભેઁ ગ્રામસભાનું આયોજન કરવામાં આવ્યું
                  
   
  
  
  
  
   
  