দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগ মঙ্গলদৈ আৰু গৃহৰক্ষী বাহিনীয়ে যৌথ ভাবে মঙ্গলদৈৰ বিভিন্ন স্থানত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ৰূপায়ণ হৈ থকা "ঘৰ ঘৰ ত্ৰিৰঙ্গা" কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত জন সাধাৰণক উত্সাহিত কৰিবলৈ দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়ববীয়া, স্বেচ্ছাসেৱক তথা গৃহৰক্ষী বাহিনীৰ বিষয়ববীয়া, গৃহৰক্ষী বাহিনীৰ জোৱান, আৰু আপদা মিত্ৰ

স্বেচ্ছাসেৱক সকলে সন্মিলিত ভাবে, সমদল, লাউড স্পিকাৰৰ জৰীয়তে জন সচেতনতা বৃদ্ধিৰ বাবে ঘোষণা,প্ৰচাৰ পত্ৰিকা বিতৰণ ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।