গোলাঘাটত শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজাত সেৱা আগবঢ়ায় মন্ত্ৰী অজন্তা নেওগে। অখিল অসম ভোজপুৰী পৰিষদ, গোলাঘাট আঞ্চলিকৰ উদ্যোগত আজিৰে পৰা ধনশিৰি নদীৰ পাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজাৰ। আজি প্ৰথম দিনটোতেই এই অনুষ্ঠানত উপস্থিত হৈ সেৱা আগবঢ়ায় মন্ত্ৰী অজন্তা নেওগে। সেৱা লৈ সকলো ভক্তক শুভেচ্ছা জনাই মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য ভোজপুৰী সমাজৰ মাজত প্ৰচলিত এই পবিত্ৰ পূজা ভাগ অতি আধ্যাত্মিক তথা নিয়ম নীতিৰে পালন কৰা হয়। আজি সূৰ্য ডুব যোৱাৰ আগে আগে অৰ্গ প্ৰদান কৰি পুনৰ কাইলৈ কাহিলী পুৱা সূৰ্য দেৱতাক পূজা অৰ্চনা কৰি পৰিয়াল তথা আত্মীয়ৰ মঙ্গল কামনা কৰা পৰিলক্ষিত হয়। কিন্তু বৰ্তমান এই পবিত্ৰ অনুষ্ঠান ভাগ অকল ভোজপুৰী সমাজৰ উপৰিও বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আপোনাৰ ফোনত 'জৰুৰীকালীন সতৰ্কবাণী: গুৰুতৰ' বাৰ্তা লাভ কৰিছেনে? আতংকিত নহ'ব, ই মাত্ৰ এটা পৰীক্ষা
শুকুৰবাৰে দুপৰীয়াৰ ভাগত কেইবাটাও স্মাৰ্টফোনত হঠাতে "জৰুৰীকালীন সতৰ্কবাণী: গুৰুতৰ" বেনাৰটো পপআপ...
ડીસાના હવાઈ પિલર ખાતે આવેલ નાનાજી દેશમુખ ગાર્ડનને ખુલ્લુ મુકવામાં આવ્યું / સબંધ ભારત ન્યુઝ
ડીસાના હવાઈ પિલર ખાતે આવેલ નાનાજી દેશમુખ ગાર્ડનને ખુલ્લુ મુકવામાં આવ્યું / સબંધ ભારત ન્યુઝ
30 Minute Morning Exercise Routine - Do This Every Day | EMMA Fitness
30 Minute Morning Exercise Routine - Do This Every Day | EMMA Fitness
Bullock cart: भारत की एक ऐसी बैलगाड़ी की कहानी, जो 100 साल से भी ज़्यादा पुरानी है... (BBC Hindi)
Bullock cart: भारत की एक ऐसी बैलगाड़ी की कहानी, जो 100 साल से भी ज़्यादा पुरानी है... (BBC Hindi)