গোলাঘাটত বিশ্ব অভিলেখৰ বাবে বিহুনাচৰ প্ৰশিক্ষণ শিবিৰ। আহা ১৪ এপ্ৰিলৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰে বিশ্ব অভিলেখ সৃষ্টিৰ বাবে দহ হাজাৰৰো অধিক ঢুলীয়া- নাচনীৰে অসমৰ বিহু নৃত্যই বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিব পৰাকৈ একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ আজি এই বিহুনাচ, ঢোল বাদন প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে শোভাৰম্ভ কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে। আজিৰে পৰা গোলাঘাট জিলাৰ পাঁচ ঠাইত চুড়ান্ত প্ৰশিক্ষণ আৰু আখৰা আৰম্ভ হৈছে। উল্লেখ্য ইতিমধ্যে জিলাখনৰ ৫ টা স্থানত অনুষ্ঠিত হৈ যোৱা বাচনি শিবিৰৰ পৰা নিৰ্বাচিত কৰা বিহুৱতী, ঢুলীয়া আদিৰ ৫ দিনীয়া প্ৰশিক্ষণ তথা অনুশীল আজিৰে পৰা অহা ৩১ মাৰ্চলৈ জিলাখনৰ ৫টা স্থান ক্ৰমে গোলাঘাট সমন্বয় ক্ষেত্ৰ, সৰুপথাৰ ৰাজহুৱা খেল পথাৰ, বোকাখাট ৰাজহুৱা খেল পথাৰ, দেৰগাঁও স্মৃতি পথাৰ আৰু খুমটাই সমষ্টিৰ বগৰীজুৰি স্পৰ্টচ ক্লাব প্লে গ্ৰাওণ্ড ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হৈছে। এই প্ৰশিক্ষণ স্থলীত সৰ্বমুঠ বিহুৱতী, ঢুলীয়া আদিৰ প্ৰশিক্ষণ তথা অনুশীলন মাষ্টাৰ ট্ৰেইনাৰ সকলৰ তত্বাৱধানত আৰম্ভ হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાષ્ટ્રીય પોસ્ટલ સપ્તાહ અંતર્ગત હાલોલ નગરની પોસ્ટ ઓફિસ ખાતે આધારકાર્ડ કેમ્પ યોજાયો.
રાષ્ટ્રીય પોસ્ટલ સપ્તાહ અંતર્ગત હાલોલ નગરની પોસ્ટ ઓફિસ ખાતે આધારકાર્ડ કેમ્પ યોજાયો.
Manipur Violence: मणिपुर घटना से संसद से सड़क तक उबाल, 5 वां आरोपी Arrest | Manipur Viral Video
Manipur Violence: मणिपुर घटना से संसद से सड़क तक उबाल, 5 वां आरोपी Arrest | Manipur Viral Video
ઉનાના નાલિયા માંડવી ગામે મકાન પર કબજો કરનાર સામે કાર્યવાહી કરવાની માંગ , અનેક રજૂઆત કરવા છતાં તંત્ર મૌન કેમ ?
કબજો કરનાર સામે ક્યારે થશે કાર્યવાહી
ગુજરાતનો ખુબ સરસ કાયદો લેડગ્રબીગ હેઠળ ભૂ માફિયા પર કડક કાર્યવાહી કરવામાં આવે છે પણ ...
સ્પોર્ટ ડે નિમિત્તે માળીયા હાટીના ગિરનાર મીડીયમ ઈંગ્લીશ સ્કૂલ ખાતે વાર્ષિક રમત ઉત્સવ નું કરવામાં આવ્યું આયોજન
આજે સ્પોર્ટ દિવસ છે ત્યારે બાળકો સ્પોર્ટ ક્ષેત્રે આગળ વધે તેમજ તેમની શારીરિક તદુરસ્તી જળવાય રહે...
NDA Meeting In Delhi: दिल्ली में NDA की बैठक से पहले मुस्लिम आरक्षण पर TDP का बड़ा बयान | Aaj Tak
NDA Meeting In Delhi: दिल्ली में NDA की बैठक से पहले मुस्लिम आरक्षण पर TDP का बड़ा बयान | Aaj Tak