S.টি.মাৰ্থ ইনষ্টিটিউট অফ নাৰ্চিং গুৱাহাটীৰ উদ্যোগত আগডলা গাঁও পঞ্চায়ত বিজেপিৰ সহযোগত আগডলা গাঁও পঞ্চায়ত প্ৰাঙ্গণত শনিবাৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈ যায়। উক্ত স্বাস্থ্য শিৱিৰৰ মুখ্যদ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । অনুস্থানত উপস্থিত থাকে আগডলা গাঁও পঞ্চায়তৰ সভাপতি তিলক শৰ্মা, আঞ্চলিক সদস্য মনোজ কাকতি, বেজেৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা প্ৰমুখ্যে বিজেপি দলৰ জেষ্ঠ কনিষ্ঠ একাংশ কাৰ্য্যকৰ্তা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Prajawal Revanna Case: कर्नाटक अश्लील वीडियो मामले में तीन और पीड़िता SIT के पास पहुंचीं, जांच एजेंसी ने प्रज्वल रेवन्ना की विदेश में तलाश तेज की
बेंगलुरु। कर्नाटक अश्लील वीडियो मामले में विशेष जांच दल (एसआईटी) ने जदएस के फरार सांसद और...
Israel Iran power: इसराइल बनाम ईरान: किसके पास कितनी ताक़त (BBC Hindi)
Israel Iran power: इसराइल बनाम ईरान: किसके पास कितनी ताक़त (BBC Hindi)
মঙ্গলদৈ বান্দীয়া গাওঁ পঞ্চায়ত বৃক্ষৰোপণ কায্যসূচী
মঙ্গলদৈত বৃক্ষৰোপণ।
মুখ্য মন্ত্ৰীৰ আহ্বান মৰ্মে প্ৰতিস্থানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে...
स्कुल परिसर से गुजर रहा तार दे रहा हादसे को निमंत्रण.
उनियारा. उपखण्ड के शिवराजपूरा PEEO के अंतर्गत आने वाले हासोलाई प्राथमिक विद्यालय से गुजर रहा...
ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে প্ৰস্তুতি # ঢোল নিৰ্মানত ব্যস্ত টিহুৰ কৃষ্ণ বাদ্যকৰৰ পৰিয়াল #
চাওতে চাওতে পদুলিমুখ পালেহি হেপাহৰ ৰঙালী । ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক...