S.টি.মাৰ্থ ইনষ্টিটিউট অফ নাৰ্চিং গুৱাহাটীৰ উদ্যোগত আগডলা গাঁও পঞ্চায়ত বিজেপিৰ সহযোগত আগডলা গাঁও পঞ্চায়ত প্ৰাঙ্গণত শনিবাৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈ যায়। উক্ত স্বাস্থ্য শিৱিৰৰ মুখ্যদ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । অনুস্থানত উপস্থিত থাকে আগডলা গাঁও পঞ্চায়তৰ সভাপতি তিলক শৰ্মা, আঞ্চলিক সদস্য মনোজ কাকতি, বেজেৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা প্ৰমুখ্যে বিজেপি দলৰ জেষ্ঠ কনিষ্ঠ একাংশ কাৰ্য্যকৰ্তা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हरियाणा चुनाव में कांग्रेस-आप के जीत-हार के दावों के बीच बड़ा सवाल, ‘गठबंधन होगा या नहीं’
हरियाणा विधानसभा चुनाव की तारीख के ऐलान के बाद सियासी सरगर्मियां तेज हो गई है। राजनीतिक दल अपने...
ডেষ্টিনেশ্যন খুমটাই থিম চং মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই
ডেষ্টিনেশ্যন খুমটাই থিম চং মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই।
১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম...
કાલોલ ની ભાગ્યોદય અને ચામુંડા સોસાયટી દ્વારા સતત ૨૭ મો નવરાત્રી મહોત્સવની ઉજવણી
જ્યારે સમગ્ર રાજ્ય "આપણી દીકરી, આપણાં આંગણે" સૂત્ર અંતર્ગત શેરી ગરબાને વધુ મહત્વ આપતું હોય ત્યારે...
একত্ৰিকৰণৰ দিশে মহাপুৰুষ মাধৱদেৱৰ দুয়োখন জন্মস্থান
এক হ’ব মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু ৰঙাজান উজীৰৰ টোল ৷ সত্ৰীয়া পৰম্পৰা আৰু...
16 डिग्री से कम और 30 डिग्री से ऊपर क्यों नहीं होता AC का टेंप्रेचर, ये हैं पीछे की बड़ी वजह
उत्तर भारत में भीषण गर्मी की लहर कम होने का नाम नहीं ले रही है। इसके साथ ही मौसम विभाग ने रेड...