আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত চিনাকী মণ্ডল সংগঠনৰ সৌজন্যত চকচকা খণ্ড অভিযান পৰিচালনা শাখাই আজাদী কা অমৃত মহোৎসৱত সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাৰ লক্ষৰে সৰভোগ ব্ৰজ সদনৰ পৰা সৰভোগ বজাৰলৈ এক সজাগতা যাত্ৰা কৰে। সমগ্ৰ ভাৰতবৰ্ষই আজাদী কী অমৃত মহোৎসৱত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱালৈ চৰকাৰীভাৱে জনোৱা আহ্বানক সহাৰি জনাবলৈ এই সজাগতা যাত্ৰাৰ আয়োজন কৰা হৈছিল। চকচকা খণ্ড সম্বন্ধয়ক ছানোৱাৰ হুচেইনৰ নেতৃত্বত আয়োজন কৰা হৈছিল উক্ত সজাগতা যাত্ৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Royal Enfield Guerrilla 450 की पहली झलक आई सामने, इन खूबियों के साथ कल होगी लॉन्च
Royal Enfield Guerrilla 450 में एक रोडस्टर सिल्हूट है जो मॉडर्न एस्थेटिक को क्लासिक रॉयल एनफील्ड...
गुणवंत पाटील हंगरगेकर यांची कृषी मूल्य आयोगाच्या सदस्य पदी निवड
गुणवंत पाटील हंगरगेकर यांची कृषी मुल्य आयोगाच्या सदस्य पदी निवड झाल्याबद्दल सत्कार
...
આજે ગાંધી જયંતિ નિમિતે ડીસા ખાતે ગાંધીજી ની પ્રતિમા ને સુતર ની
આજે ગાંધી જયંતિ નિમિતે ડીસા ખાતે ગાંધીજી ની પ્રતિમા ને સુતર ની આંટી પહેરાવી શ્રદ્ધાંજલિ અર્પણ...
তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ পতাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
অসম চৰকাৰৰ খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ সমূহ পুৰণৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা...