মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ধেমেচী কলালোৰ গাঁৱত আজি আৰক্ষীয়ে অভিযান চলাই ৫ জন জুৱাৰীক আটক কৰাৰ লগতে কিছু জুৱা খেলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঙ্কজ উপাধ্যায়ে গোপন সূত্ৰে খবৰ পায় জুৱাৰী কেইজনক আটক কৰাৰ লগতে জুৱা খেলত ব্যৱহৃত সামগ্ৰী, নগদ ধন ৯,০৩০ টকা আৰু ৫ টা মোবাইল হেণ্ডচেট জব্দ কৰিবলৈ সক্ষম হয় । আটক কৰা জুৱাৰী কেইজন ক্ৰমে বেজপথাৰৰ বিতুপন ফুকন, বিশ্বজিত গগৈ, ৰাজমাই ডিমৌৰ ৰাজীৱ কলিতা, দিহাজান ডিমৌৰ মঃ আব্দুল হুছেইন আৰু মঃ আহিদুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত অনুষ্ঠিত হব 'অংকীয়া ভাওঁনা সমাৰোহ
মাজুলীত অংকীয়া ভাওনা সমাৰোহৰ আয়োজন
মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ আৰু হৰিদাস বনিয়া আতৈ...
દિયોદર માં દેશભક્તિ વાતાવરણ.,,,.દિયોદર પોલીસ સ્ટેશન થી ભવ્ય તિરંગા યાત્રા યોજાઈ....
હર ઘર તિરંગા હર મન તિરંગા "મેરા તિરંગા, મેરા સ્વાભિમાન"દેશના યશસ્વી પ્રધાનમંત્રી આદરણીય...
Cyclone Fengal: Tamil Nadu में चक्रवात तूफान Cyclone Fengal की चेतावनी, भारी बारिश की आशंका | AajTak
Cyclone Fengal: Tamil Nadu में चक्रवात तूफान Cyclone Fengal की चेतावनी, भारी बारिश की आशंका | AajTak
ડીસાના ભોયણ નજીક અજાણ્યો વાહન ચાલક રાહદારીને ટક્કર મારતાં મોતને ભેટ્યો
ડીસા-પાલનપુર નેશનલ હાઈવે પર રાત્રે હીટ એન્ડ રનની ઘટના સામે આવી છે. રોડ ક્રોસ કરી રહેલ રાહદારીને...