বাক্সা জিলাৰ বৰমাস্হিত আগশাৰীৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান এম্পায়াৰ একাডেমীত আজি আনুষ্ঠানিক ভাবে মুকলি কৰে এম্পায়াৰ মিউজিক এণ্ড ফাইন আৰ্টচ একাডেমী। এম্পায়াৰ কো-অপাৰেটিভ চ'চাইটিৰ উদ্যোগত ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক,মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি এই একাডেমী খন মুকলি কৰে । একাডেমী খন শুভ উদ্ধোধন কৰে বিশিষ্টা কন্ঠ শিল্পী সুলেখা বসুমতাৰীয়ে ।উক্ত অনুষ্ঠান টোৰ আৰ ধৰে এম্পায়াৰ একাডেমীৰ পৰিচালক ৰজনী বৰজৌৱাৰীয়ে। সভাত খনত এম্পায়াৰ একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য প্ৰতিযোগীতাত অংশ গ্ৰহন কৰে।উল্লেখ যে এইবাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নতুনকৈ সংযোগ কৰিছে মিউজিক এণ্ড ফাইন আৰ্ট ।যাক লৈ উৎফুল্লিত বিদ্যালয় খনৰ পৰিচালক ৰজনী বৰজৌৱাৰীৰ লগতে অধ্যক্ষ বিদ্যাসাগৰ ৰামচিয়াৰীয়ে।উক্ত অনুষ্ঠানত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাবিকা সকল উপস্হিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Asian Games: कौन है वो, जिसने तोड़ दिया है युवराज सिंह का 16 साल पुराना रिकॉर्ड, रच दिया इतिहास
Asian Games: कौन है वो, जिसने तोड़ दिया है युवराज सिंह का 16 साल पुराना रिकॉर्ड, रच दिया इतिहास
આજે દરિયાઈ ઉત્તરાયણ : ૧૯૦ એકર અખાતીય પટ પર પતંગ રસિકો ઉમટશે !
ખંભાતમાં વર્ષોથી ચાલી આવતી પરંપરા યથાવત છે.ખંભાતના દરિયાઈ પટ્ટી વિસ્તારમાં ઉત્તરાયણ પછીના રવિવારે...
નારી વંદન ઉત્સવ અંતર્ગત સાબર સ્ટેડીયમ હિંમતનગર ખાતે “યોગ જાગૃતતા શિબિર”યોજાઇ
સાબરકાંઠા જિલ્લામાં હિંમતનગરના સાબર સ્ટેડીયમ ભોલેશ્વર ખાતે નારી વંદન ઉત્સવ ઉજવણી અંતર્ગત જિલ્લા...
গোলাঘাট জিলাৰ খুমটাইৰ গৰঙা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ মজুৰিৰ ধনেৰে নিৰ্মাণ কৰা শ্ৰী শ্ৰী মা কালী মন্দিৰ আৰু শিৱ লিংগত প্ৰাণ প্ৰতিষ্ঠা
গোলাঘাট জিলাৰ খুমটাইৰ গৰঙা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ মজুৰিৰ ধনেৰে নিৰ্মাণ কৰা শ্ৰী শ্ৰী মা কালী...
MP Election 2023: 'रामजी 13 साल वनवास काट...' एमपी में क्या बोल गईं Priyanka Gandhi? | BJP |Congress
MP Election 2023: 'रामजी 13 साल वनवास काट...' एमपी में क्या बोल गईं Priyanka Gandhi? | BJP |Congress