গোলাঘাটত বাঘৰ আক্ৰমণঃগোলাঘাটৰ উদয়ন চাহ বাগিচাত আতংকজনক পৰিৱেশ । গুৰুত্বৰ ভাবে আহত এজন। গোলাঘাট জিলাৰ মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়ন চাহ বাগিছাত প্ৰায় ৩০ জন শ্ৰমিকে কৰ্মৰত অৱস্থাত হঠাৎ ৰুপেশ্বৰ তাঁতী নামৰ এজন শ্ৰমিকক বাঘে আকস্মিকভাৱে আজি আক্ৰমণ কৰে। বাঘৰ আক্ৰমণত শ্ৰমিকজন গুৰুতৰভাৱে আহত হয় । শ্ৰমিক জনৰ লগত একেলগে কাম কৰি থকা আন এজন শ্ৰমিকে দৌৰি আহি বাঘ খেদি পঠিয়াবলৈ অৱশ্যে সক্ষম হয় । আহত শ্ৰমিকজন গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । বাগিচাখনত বন বিভাগৰ দল উপস্থিত হৈ বাঘৰ অৱস্থিতি পৰ্যবেক্ষণ কৰিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি বাগিচাখনত তিৰ্ব চাঞ্চল্য বিৰাজ কৰিজে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय नौदलाला मिळाला नवा झेंडा,पंतप्रधान म्हणाले हा ध्वज शिवरायांना समर्पित
भारतीय नौदलाला मिळाला नवा झेंडा; पंतप्रधान म्हणाले, 'हा ध्वज शिवरायांना समर्पित'
भारतील नौदलाला...
શિનોરમાં દિવસે વિજળી આપવાની માંગ સાથે, મિંઢોળ,દિવેર અને સુરાશામળ ગામના ખેડૂતોનું આવેદન 2022 |
શિનોરમાં દિવસે વિજળી આપવાની માંગ સાથે, મિંઢોળ,દિવેર અને સુરાશામળ ગામના ખેડૂતોનું આવેદન 2022 |
PM Modi to meet Boeing, Amazon and Google CEO's today
Prime Minister Narendra Modi will meet top business executives of Silicon Valley in the East Room...
UP News: Akhilesh Yadav ने दी कांग्रेस को 11 लोकसभा सीटें, फैसले से नाराज Congress | INDIA Alliance
UP News: Akhilesh Yadav ने दी कांग्रेस को 11 लोकसभा सीटें, फैसले से नाराज Congress | INDIA Alliance
गुणों का खजाना है गुलाबी अमरूद, सर्दियों में इसे खाने से मिलते हैं ये गजब के फायदे
सर्दियों में मिलने वाले कई फल स्वादिष्ट होने के साथ-साथ सेहत के लिए फायदेमंद भी होते हैं। अमरूद...