মৰাণ বিদ্যুত উপসংমণ্ডলৰ অধীনৰ সকলো কণ্ট্ৰলৰূমৰ নতুন মবাইল নম্বৰ মুকলি কৰিদিলেঅসম ৰাজ্যিক বিদ্যুত পৰিষদে। অসম ৰিজ্যিক বিদ্যুত পৰিষদে জানিবলৈ দিয়ামতে মৰাণ বিদ্যুত উপসংমণ্ডলৰ অধীনৰ সকলো কণ্ট্ৰলৰূমৰ মবাইল নম্বৰ সমূহ বিকল হৈ যোৱাৰ কাৰণে নতুনকৈ মবাইল নম্বৰ দিয়া ১) মৰাণ কন্ট্ৰলৰোম --7099019048

*২) চেপন কন্ট্ৰলৰোম -7099019052

*৩) খোৱাং কন্ট্ৰলৰোম -7099019049

*৪) কচু মাৰি কন্ট্ৰলৰোম --7099019050

*৫) বামুনবাৰি কন্ট্ৰলৰোম --7099019051

              সদাশয় গ্ৰাহকৰ জ্ঞাতাৰ্থে বিষয়টো অৱগত কৰেAPDCL এ।