বৰমাত ধন আত্মস্যাৎৰ নতুন পদ্ধতি ব্যৱহাৰ প্ৰৱঞ্চকৰ।মুহুৰ্ততে এটিএম কাৰ্ড সলনি কৰি ভদ্ৰেশ্বৰ ৰামচিয়াৰীৰ পৰা লুটি লৈ গ'ল ৯৫০০টকা।তামুলপুৰৰ পৰা বৰমালৈ মেট্ৰিক পৰীক্ষাৰ বহী নিৰীক্ষক হিচাপে অহা শিক্ষক ভদ্ৰেশ্বৰ স্বৰ্গিয়াৰীয়ে ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ পৰা টকা উলিওৱাবলৈ এটিএমলৈ গৈছিল।কিন্তু দুবাৰ তিনিবাৰ তেওঁ বিফল হোৱাত পিছফালে ৰৈ থকা ব্যক্তিজনে টকা উলিয়াই দিম বুলি সলনি কৰি লৈছিল কাৰ্ড।মুহুৰ্ততে এই প্ৰৱঞ্চকৰ চক্ৰান্তৰ কথা গমেই নাপালে শিক্ষক ভদ্ৰেশ্বৰ স্বৰ্গিয়াৰীয়ে।ইফালে বৰমাত দৈনিক বৃদ্ধি পাইছে এটিএম প্ৰৱঞ্চকৰ সংখ্যা। এইক্ষেত্ৰত কিন্তু নিৰৱ আৰক্ষী প্ৰশাসন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रायपाटण येथे वीज पडून ट्रान्स्फॉर्मर निकामी; ट्रान्स्फॉर्मर बदलून वीज पूर्ववत सुरु
राजापूर: विजांच्या कडकडाटासह परतीच्या पावसाने रायपाटणला चांगलाच दणका दिला आहे. वीज पडून दोन...
Samsung Records Tremendous Response from Customers for Galaxy AI powered Galaxy Z Fold6, Z Flip6 in India
Samsung, India’s largest consumer electronics brand, announced record pre-orders for its...
ગુજરાત, એમપી, યુપીથી લદ્દાખ-કાશ્મીર સુધી ભારે વરસાદની આગાહી, જાણો તમારા રાજ્યની સ્થિતિ
દેશના મોટાભાગના રાજ્યોમાં દક્ષિણ પશ્ચિમ ચોમાસું સક્રિય છે. ભારતીય હવામાન વિભાગ (IMD) એ આજે...
नाशिक | तरुणीच्या फोटोवर उर्दू भाषेत मंत्र लिहून लटकावला झाडाला;अघोरी विद्येचा प्रयत्न #nashiknews
नाशिक | तरुणीच्या फोटोवर उर्दू भाषेत मंत्र लिहून लटकावला झाडाला;अघोरी विद्येचा प्रयत्न #nashiknews