বৰমাত ধন আত্মস্যাৎৰ নতুন পদ্ধতি ব্যৱহাৰ প্ৰৱঞ্চকৰ।মুহুৰ্ততে এটিএম কাৰ্ড সলনি কৰি ভদ্ৰেশ্বৰ ৰামচিয়াৰীৰ পৰা লুটি লৈ গ'ল ৯৫০০টকা।তামুলপুৰৰ পৰা বৰমালৈ মেট্ৰিক পৰীক্ষাৰ বহী নিৰীক্ষক হিচাপে অহা শিক্ষক ভদ্ৰেশ্বৰ স্বৰ্গিয়াৰীয়ে ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ পৰা টকা উলিওৱাবলৈ এটিএমলৈ গৈছিল।কিন্তু দুবাৰ তিনিবাৰ তেওঁ বিফল হোৱাত পিছফালে ৰৈ থকা ব্যক্তিজনে টকা উলিয়াই দিম বুলি সলনি কৰি লৈছিল কাৰ্ড।মুহুৰ্ততে এই প্ৰৱঞ্চকৰ চক্ৰান্তৰ কথা গমেই নাপালে শিক্ষক ভদ্ৰেশ্বৰ স্বৰ্গিয়াৰীয়ে।ইফালে বৰমাত দৈনিক বৃদ্ধি পাইছে এটিএম প্ৰৱঞ্চকৰ সংখ্যা। এইক্ষেত্ৰত কিন্তু নিৰৱ আৰক্ষী প্ৰশাসন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কলাইগাও সমিপৰ ৰনথলি বাগিছা সমবায় শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ মনিকুট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে বিটিচি ই এম দিগন্ত বৰুৱাই
আজি ৰণথলি বাগিছা সমবায় শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ নতুন মনিকূটৰ শিলান্যাস কাৰ্যসূচীত উপস্থিত বিটিচিৰ...
केंद्र सरकार ने DNA टेक्नोलॉजी बिल वापस लिया, सरकार ने तीन नए विधेयक भी किए पेश
नई दिल्ली, सरकार ने सोमवार को डीएनए प्रौद्योगिकी विधेयक, 2019 लोकसभा से वापस ले लिया है। आठ जुलाई...
ঢকুৱাখনাৰ সোণাৰি চাপৰিত প্ৰকাণ্ড গৰুৱা মাছ উদ্ধাৰ।
ঢকুৱাখনাৰ সোণাৰি চাপৰিত প্ৰকাণ্ড গৰুৱা মাছ উদ্ধাৰ। চাৰিকড়িয়া নদীৰ পৰা উদ্ধাৰ ৬২ কেজি ওজনৰ মাছটো।