আজি BJP ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত মৰিধল গাঁও পঞ্চায়তৰ মৰিধল কঠাল গুৰি ৰঙ্গমঞ্চত অনুষ্ঠিত হয় মৰিধল ১শক্তিকেন্দ্ৰ ১১৭ , ১৮২ , ১৭৯ , ১৮৩ ,১৮৪ নং বুথ আৰু মৰিধল ২ শক্তিকেন্দ্ৰ ১৭৬ ,১৭৭ ,১৮০, ১৮১নং বুথ সৱলীকৰণৰ বৈঠক অনুষ্ঠিত । 

উক্ত কাৰ্যসূচীত উপস্থিত থাকে জিলা সমিতিৰ সভাপতি প্ৰেম দত্ত, উপ-সভাপতি ৰিজু বৰুৱা, ধেমাজি গ্ৰাম্য মণ্ডলৰ সভাপতি অনন্ত গগৈ, অল্পকালীন বিস্তাৰক অভিনৱ শইকীয়া, লগতে জিলা যুৱ মৰ্চাৰ বুথৰ দায়িত্বপ্ৰাপ্ত বিস্তাৰক সকল, শক্তি কেন্দ্ৰ আহ্বায়ক সকল, বুথৰ সভাপতি সকল আৰু দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা সকল।