ডিব্ৰুগড় জিলাৰ অধীনস্থ মৰাণ ৰাজহ চক্ৰৰ লাট গাঁও প্ৰধান চক্ৰ সমিতিৰ সাধাৰণ সভাখন আজি দুপৰীয়া সম্পন্ন হৈ যায়৷ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত অৱস্থিত গাঁও প্ৰধান চক্ৰ সমিতিৰ ভৱনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদায়ী সভাপতি গিৰিশ বুঢ়াগোহাঁয়ে৷ বিগত কাৰ্যকালৰ সম্পদকীয় প্ৰতিবেদন পাঠ কৰে বিদায়ী সম্পাদক যোগানন্দ গগৈয়ে৷ সভাখনত লাট গাঁও প্ৰধান মৰাণ চক্ৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপন কৰা হয়৷ এই সভাতে পৰৱৰ্তী কাৰ্যকালৰ কাৰণে কুলধৰ খনিকৰক সভাপতি পদ্মৰাজ বৰাক সম্পাদক আৰু শোণিত গগৈক কোষাধ্যক্ষ হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu Militant Attack: जम्मू में बढ़ते चरमपंथी हमलों की वजह क्या है? (BBC Hindi)
Jammu Militant Attack: जम्मू में बढ़ते चरमपंथी हमलों की वजह क्या है? (BBC Hindi)
ધારાસભ્ય પરથયેલા હુમલાના વિરોધમાં સુરત શહેર કોંગ્રેસદ્વારા જિલ્લા કલેકટર કચેરી ખાતે આવેદનપત્ર આપ્યું
ધારાસભ્ય પરથયેલા હુમલાના વિરોધમાં સુરત શહેર કોંગ્રેસદ્વારા જિલ્લા કલેકટર કચેરી ખાતે આવેદનપત્ર...
महाराष्ट्र चुनाव पर कांग्रेस CEC की बैठक रद्द:आज मीटिंग के बाद पहली लिस्ट आ सकती थी
महाराष्ट्र कांग्रेस आज (20 अक्तूबर) को होने वाली केंद्रीय चुनाव समिति (CEC) की बैठक रद्द हो गई...
নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত "ৰাষ্ট্ৰীয় একতা দিৱস" উদযাপন
আজি নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিবস উদযাপন ।...