ডিব্ৰুগড় জিলাৰ অধীনস্থ মৰাণ ৰাজহ চক্ৰৰ লাট গাঁও প্ৰধান চক্ৰ সমিতিৰ সাধাৰণ সভাখন আজি দুপৰীয়া সম্পন্ন হৈ যায়৷ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত অৱস্থিত গাঁও প্ৰধান চক্ৰ সমিতিৰ ভৱনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদায়ী সভাপতি গিৰিশ বুঢ়াগোহাঁয়ে৷ বিগত কাৰ্যকালৰ সম্পদকীয় প্ৰতিবেদন পাঠ কৰে বিদায়ী সম্পাদক যোগানন্দ গগৈয়ে৷ সভাখনত লাট গাঁও প্ৰধান মৰাণ চক্ৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপন কৰা হয়৷ এই সভাতে পৰৱৰ্তী কাৰ্যকালৰ কাৰণে কুলধৰ খনিকৰক সভাপতি পদ্মৰাজ বৰাক সম্পাদক আৰু শোণিত গগৈক কোষাধ্যক্ষ হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાભરના બુરેઠા ગામના વાલ્મિકી વાસમાં વરસાદી પાણી ભરાયાં પરિવારો મુશ્કેલીમાં મુકાયાં
ભાભરના બુરેઠા ગામના વાલ્મિકી વાસમાં વરસાદી પાણી ભરાયાં પરિવારો મુશ્કેલીમાં મુકાયાં
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে'লৱে উৰণীয়া সেতু আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে'লৱে উৰণীয়া...
श्रीनगर में भाजपा कार्यकर्ताओं के साथ आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के लोकप्रिय कार्यक्रम मन की बात के 96 एपिसोड को हर्षोल्लास से सुना- चुघ
श्रीनगर में भाजपा कार्यकर्ताओं के साथ आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के लोकप्रिय...
BREAKING NEWS: ICU में भर्ती BJP सांसद Srinivasa Prasad का निधन | Karnataka | Aaj Tak News
BREAKING NEWS: ICU में भर्ती BJP सांसद Srinivasa Prasad का निधन | Karnataka | Aaj Tak News
बारिश में रोजाना सांप निकलते थे आज मगरमच्छ निकल आया देखिए पूरी खबर
बारिश के मौसम में मगरमच्छ ,कोबरा सहित अन्य जंगली जीव जंतुओं का खतरा बढ़ता जा रहा है,,,
काला...