আমলা গুৰি চাহ বাগিচাত বিনামুলীয়া চাউলৰ পৰা।বঞ্চিত হিতাধিকাৰী শ্ৰমিক সকলে আজি উত্তাল প্ৰতিবাদ কৰে।চৰকাৰ আৰু যোগান বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি শ্ৰমিক।সকলে উত্তাল প্ৰতিবাদ কৰে।জানিব পৰামতে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই শ্ৰমিক সকলক বিনামুলীয়া চাউলৰ পৰা বহুদিন ধৰি বঞ্চিত কৰি আহিছে। সময়ে সময়ে আধাৰ কাৰ্ড আৰু বিভিন্ন নথি পত্ৰ জমাদিয়া স্বত্ত্বেও পৰিয়ালৰ বহু।সদস্যৰ নাম কৰ্তন কৰাকলৈ চাউল নিদিয়াৰ বাবে আজি শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं