সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে আৰম্ভ কৰা বুথ সবলীকৰণ অভিযানৰ অংশস্বৰুপে আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ বিধানসভা সমষ্টিৰ খোৱাং মণ্ডলৰ বিষ্ণু শক্তি কেন্দ্ৰৰ অধীনস্থ ৮৭,৮৮,৮৯ আৰু ১৬৭ নং বুথৰ দলীয় কাৰ্যকৰ্তা সকলৰ উপস্থিতিত দেশৰ মহামহিম ৰাষ্ট্ৰপতি মাননীয়া দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়ানীয়ে যুটীয়া সদনক উদ্দেশ্যি আগবঢ়োৱা ভাষণৰ প্ৰতিলিপি পাঠ অনুষ্ঠানত উপস্থিত থাকো।

     দলৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী বুথ সবলীকৰণ অভিযানৰ লগত জড়িত ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ ভাষণ পাঠ অনুষ্ঠানত আজি সমষ্টিৰ মাননীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, মণ্ডলৰ সভাপতি মাননীয় ক্ষীৰোদ দুৱৰা দেৱৰ লগতে দলৰ বহুকেইগৰাকী সন্মানীয় বিষয়ববীয়া উপস্থিত থাকে ।