চিলাপথাৰৰ মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত অহা ২৮ মাৰ্চ তাৰিখে এদিনীয়া বৰ্ণ্যাঢ কাৰ্যসূচীৰে মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত অনুষ্ঠিত হ'ব পঞ্চম বাৰ্ষিক জিলা ভিত্তিত জয়া স্মৃতি দিৱস। ধেমাজি জিলা শিক্ষা বিষয়া কবিতা ডেকাই উদ্ধোধন কৰিব লগা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব জীৱন টায়ে ৰচনা আৰু পৰিচালনাৰে এখনি সুন্দৰ গীতি নৃত্য নাটিকা "মোৰ দেশ স্বপ্নৰ স্বদেশ" আৰু বুলেন বুঢ়াগোহাঁই পৰিচালনাৰে চিলাপথাৰ বালিজানৰ মণিকাঞ্চন শিল্পী সমাজৰ দ্বাৰা"সতী জয়মতী নাট" প্ৰদৰ্শন। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , স্হানীয় বিধায়ক ভুৱন পেগু , জিলা উপায়ুক্ত পল্লৱী ফুকন , জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা , লিকাবালিস্হিত ২২নং অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক কামাণ্ডেণ্ট্ মুছলেহ উদ্দিন আহমেদ । অনুষ্ঠানটিৰ মুকলি সভাত সমাজ তথা সাহিত্য সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা ৬ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে এগৰাকী মহিলাক প্ৰথম বাৰলৈ "সতী জয়মতী বঁটা" প্ৰদান কৰিব । উদ্ যাপন সমিতিৰ সভাপতি চুনুমনি বৰুৱা , সম্পাদিকা যোগ গগৈয়ে অনুষ্ঠানটিত সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડગામ માં સ્વાસ્થ્યવર્ધક જ્યુસ નું નિશુલ્ક વિતરણ કરાયું..
વડગામ માં સ્વાસ્થ્યવર્ધક જ્યુસ નું નિશુલ્ક વિતરણ કરાયું..
अशोक गहलोत बोले- EVM ठीक तो VVPAT पर खर्चा क्यों:मंत्री बेढ़म ने कहा- कांग्रेस के लोग जब हार जाते है तो बिचारे 'ईवीएम' को कोसते हैं
पूर्व मुख्यमंत्री अशोक गहलोत ने ईवीएम पर कांग्रेस के राष्ट्रीय अध्यक्ष मल्लिकार्जुन खड़गे द्वारा...
पूर्व केंद्रीय मंत्री एसएम कृष्णा का निधन:निर्दलीय विधायक से विदेश मंत्री तक रहे; 2017 में कांग्रेस छोड़कर BJP जॉइन की
पू्र्व विदेश मंत्री और कर्नाटक के मुख्यमंत्री रहे एसएम कृष्णा का सोमवार देर रात करीब 2:30 बजे...
*અમરેલી જિલ્લા યુવા ચુંવાળીયા કોળી સમાજના પ્રમુખ તરીકે યુવા નેતા સન્ની ડાબસરા ની વરણી
સવિનય ઉપરોક્ત વિષયે આપશ્રી ને જણાવવાનું કે ગુજરાત ચુંવાળીયા કોળી સમાજના અધ્યક્ષ શ્રી ધર્મેશભાઈ...