ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পুলিচ পইণ্টৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰ ভাৱে আহত।হয়। আহত লোকজনক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰাহয়। ।জানিব পৰামতে কৰণি স্তৰৰ মুনিব সৰুজমৰ যোশী (৪৬) ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হবলৈ লওঁতে তীব্ৰ গতিত আহিথকা স্কুটিখনে খুন্দা মাৰি দিয়ে। ঘটনাস্থলীত উপস্থিত থকা আৰক্ষী দলে স্কুটিখন জব্দ কৰাৰ লগতে চালকজনক থানালৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पशुपालन विभाग के अधिकारी ने किया गौशाला का निरीक्षण
पशुपालन विभाग के अधिकारी ने किया गौशाला का निरीक्षण
बाणगंगा स्थित नर्सिंह आश्रम में नवरात्र के अवसर पर घट स्थापना हुई
बूंदी । बाणगंगा स्थित नरसिंह आश्रम में शारदीय नवरात्र के अवसर पर भगवान राम के मंदिर में विधिवत...
રેલવે સ્ટેશન રોડ પર માહી ગ્રુપ કાર્યાલય ખાતે તિરંગા યાત્રા નું ભવ્ય સ્વાગત કરાયું
રેલવે સ્ટેશન રોડ પર માહી ગ્રુપ કાર્યાલય ખાતે તિરંગા યાત્રા નું ભવ્ય સ્વાગત કરાયું
NAVI MUMBAI || APMC भाजी मार्केट मधील खुनाच्या गुन्ह्यातील आरोपीला 3
दिवसात केले गजा आड....
NAVI MUMBAI || APMC भाजी मार्केट मधील खुनाच्या गुन्ह्यातील आरोपीला 3 दिवसात केले गजा आड.......
कर्जाची परतफेड न केल्याने कर्जदाराच्या बायकोलाच नेले पळवून । HPN MARATHI NEWS
कर्जाची परतफेड न केल्याने कर्जदाराच्या बायकोलाच नेले पळवून । HPN MARATHI NEWS