এইবাৰ ঘোচলৈ হাত দাঙিলে হাজোৰ লাটমণ্ডল টংকেশ্বৰ নাথে৷ধৃত নাথ হাজো ৰাজহচক্ৰৰ জাপিয়া লাটৰ মণ্ডল আছিল৷আজি দিনৰ ভাগত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত লাট মণ্ডল গৰাকীক হাতে লোটে ধৰা পেলাই৷চাৰিহেজাৰ টকা ঘোচ লৈছিল মণ্ডল গৰাকীয়ে৷পূৰ্বৰে পৰা মণ্ডল গৰাকীয়ে ব্যাপক হাৰত ধন সংগ্ৰহ কৰি একাংশ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ আছে৷আজি লাটমণ্ডল গৰাকী হাতেলোটে ধৰা পৰাত ভূক্তভোগি ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী নাহেন্দ্ৰ পদুনৰ সৈতে অন্তৰংগ আলাপ
অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী নাহেন্দ্ৰ পদুনৰ সৈতে অন্তৰংগ আলাপপ্ৰ
কবি, সাহিত্যিক,...
বিজেপি খোৱাং মণ্ডলৰ সভাপতি উপস্থিতিত গঠন হল চেপন সমবায় সমিতিৰ
বিজেপি খোৱাং মণ্ডলৰ সভাপতি উপস্থিতিত গঠন হল চেপন সমবায় সমিতিৰ
વડોદરા શહેરના ફતેગંજ વિસ્તારમાં ગેરકાયદેસર રીતે કેસે ચલાવતા ત્રણ આરોપીઓની પોલીસે ધરપકડ કરી
વડોદરા શહેરના ફતેગંજ વિસ્તારમાં ગેરકાયદેસર રીતે કેસે ચલાવતા ત્રણ આરોપીઓની પોલીસે ધરપકડ કરી
નડિયાદ વિધાનસભા મતવિસ્તારમાં સમાવિષ્ટ ચૂંટણી અંગે ચર્ચા કરવામાં આવી
નડિયાદ વિધાનસભા મતવિસ્તારમાં સમાવિષ્ટ વિસ્તારના શહેર અને તાલુકાના મંડળ સંગઠનના પદાધિકારીઓ, વિવિધ...