অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা নলবাৰী জিলা সাহিত্য সভাৰ নতুন সভাপতি আৰু সম্পাদক আজি বিনা প্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হয়৷সভাপতি হিচাবে নিৰ্বাচিত হয় শিক্ষাবিদ,লেখিকা ড°লীনা ডেকা আৰু সম্পাদক হিচাবে একেৰাহে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হয় সাংবাদিক,লেখক পংকজ বেজবৰুৱা৷নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদক দুয়োগৰাকীয়ে নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ লগতে শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী জিলা সাহিত্য সভাক অধীক গতিশীল কৰাৰ কথা উল্লেখ কৰে৷দুয়ো গৰাকী সভাপতি আৰু সম্পাদকেে জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি সাহিত্য ক্ষেত্ৰক অধীক চহকী কৰাৰ বাবে জিলাখনৰ সাহিত্যনুৰাগী ৰাইজে আশা কৰিছে৷ইতিমধ্যে দুয়োগৰাকী নৱনিৰ্বাচিত সভাপতি/সম্পাদকক জিলাখনৰ বিভিন্ন প্ৰান্তৰ শাখা সাহিত্য সভা সমূহে শুভেচ্ছা জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદરના ધારાસભ્ય સાંભળ્યા પ્રજાના પ્રશ્નો..
દિયોદરના ધારાસભ્ય એ સાંભળ્યા પ્રજા ના પ્રશ્નો.,,,ગુજરાત વિધાનસભાની ચૂંટણીમાં ભારતીય જનતા પાર્ટીના...
Nitin Gadkari on Delhi Pollution: 'दिल्ली आना ही पसंद नहीं करता.', नितिन गडकरी ने ऐसा क्यों कहा?
Nitin Gadkari on Delhi Pollution: 'दिल्ली आना ही पसंद नहीं करता.', नितिन गडकरी ने ऐसा क्यों कहा?
RSS On Caste Census: जाति गणना को लेकर आएसएस ने अपना पक्ष साफ किया | Mohan Bhagwat | Aaj Tak
RSS On Caste Census: जाति गणना को लेकर आएसएस ने अपना पक्ष साफ किया | Mohan Bhagwat | Aaj Tak
સુઈગામ તાલુકા ના ઉચોસણ ગામમા તળાવ મા ડૂબી જવાથી પિતરાઈ ભાઈ બહેનના મોત.
https://youtu.be/BTUX-yJN_Rw
સુઈગામ તાલુકા ના ઉચોસણ ગામમા તળાવ મા ડૂબી જવાથી રબારી સમાજ ના...