আজি ডিমৌ পৌৰসভাৰ অন্তৰ্গত ৩নং ৱাৰ্ডৰ মিলন নগৰ আৰু এন চি চি আলি সংযোগী পথ,৪নং ৱাৰ্ডৰ ৰহমান পথ,2নং ৱাৰ্ডৰ শন্তিপুৰ ৩নং পথ,৫নং ৱাৰ্ডৰ জ্যোতি নগৰ ২নং পথ,৫নং ৱাৰ্ডৰ কেন্দ্ৰীয় নামঘৰ পথ,৬নং ৱাৰ্ডৰ ৬নং লাচিত নগৰ পথ,১০নং ৱাৰ্ডৰ ৩নং বসন্ত গগৈ পথ,৮নং ৱাৰ্ডৰ মধুপুৰ ১২নং পথ,১নং ৱাৰ্ডৰ মাৰোৱাৰী বিবাহ ভবন ১নং পথ আৰু ৭নং ৱাৰ্ডৰ ১নং পথকে ধৰি মুঠ ১o টা পেভাৰচ ব্লক পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। থাওৰা 107 নং বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই অসম বিধান সভাৰ বাজেট অধিবেশনত উপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰ্দেশনা আৰু অনুমতি সাপেক্ষে আটাইকেইটা ৱাৰ্ডৰ পথ সমূহৰ আধাৰশিলা স্থাপন কৰে ডিমৌ পৌৰসভাৰ মাননীয় পৌৰপতি পল্লবিতা বৰুৱা গগৈ ডাঙৰীয়ানীয়ে। আধাৰশিলা অনুষ্ঠানত ডিমৌ পৌৰসভাৰ কণিষ্ঠ অভিযন্তা গৌতম কলিতা,আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত সকল আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্য্যকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તારાપુર શહેરમાં કોંગ્રેસની પરિવર્તન સંકલ્પ યાત્રાનું સ્વાગત
તારાપુર ચોકડી પર માતર તરફથી કોંગ્રેસની પરિવર્તન સંકલ્પ યાત્રાઆવી પહોંચતા મોટી સંખ્યામાં કોંગ્રેસી...
BJP का राहुल गांधी पर निशाना, पूछा- सत्य और अहिंसा में विश्वास करना लोगों को अपमानित करना है?
नई दिल्ली, कांग्रेस के पूर्व अध्यक्ष राहुल गांधी को मानहानि मामले में सूरत की अदालत ने...
Ola Electric जल्द शुरू कर सकती है रेंटल सर्विस, Bhavish Aggarwal ने ट्वीट करते हुए जताई संभावना
Ola Electric और Bhavish Aggarwal के लिए यह विचार शुरुआती फेज में है लेकिन निकट भविष्य में ऐसा कुछ...
অৱহেলিত স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল
স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল আজি অৱহেলিত।
লাগী হৈ পৰিছে আহোম ৰাজত্বকালৰ গৌৰৱময়...
চৰাইদেউ জিলাৰ সোণাৰি বেঙেনাবাৰী প্ৰজ্ঞানৃত্যম কলাকেন্দ্ৰৰ বিশেষ সফলতা সমষ্টিলৈ কঢ়িয়াই আনিছে গৌৰৱ
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিলৈ বেঙেনাবাৰী প্ৰজ্ঞানৃত্যম কলাকেন্দ্ৰই গুৱাহাটীৰ শিল্পগাম স্থিত...