আজি ডিমৌ পৌৰসভাৰ অন্তৰ্গত ৩নং ৱাৰ্ডৰ মিলন নগৰ আৰু এন চি চি আলি সংযোগী পথ,৪নং ৱাৰ্ডৰ ৰহমান পথ,2নং ৱাৰ্ডৰ শন্তিপুৰ ৩নং পথ,৫নং ৱাৰ্ডৰ জ্যোতি নগৰ ২নং পথ,৫নং ৱাৰ্ডৰ কেন্দ্ৰীয় নামঘৰ পথ,৬নং ৱাৰ্ডৰ ৬নং লাচিত নগৰ পথ,১০নং ৱাৰ্ডৰ ৩নং বসন্ত গগৈ পথ,৮নং ৱাৰ্ডৰ মধুপুৰ ১২নং পথ,১নং ৱাৰ্ডৰ মাৰোৱাৰী বিবাহ ভবন ১নং পথ আৰু ৭নং ৱাৰ্ডৰ ১নং পথকে ধৰি মুঠ ১o টা পেভাৰচ ব্লক পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। থাওৰা 107 নং বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই অসম বিধান সভাৰ বাজেট অধিবেশনত উপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰ্দেশনা আৰু অনুমতি সাপেক্ষে আটাইকেইটা ৱাৰ্ডৰ পথ সমূহৰ আধাৰশিলা স্থাপন কৰে ডিমৌ পৌৰসভাৰ মাননীয় পৌৰপতি পল্লবিতা বৰুৱা গগৈ ডাঙৰীয়ানীয়ে। আধাৰশিলা অনুষ্ঠানত ডিমৌ পৌৰসভাৰ কণিষ্ঠ অভিযন্তা গৌতম কলিতা,আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত সকল আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্য্যকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राहुल गांधी को आवंटित हुआ बंगला, रवि किशन बोले- ये पीएम मोदी का बड़प्पन, कांग्रेस ने किया पलटवार
दिल्ली, कांग्रेस के वरिष्ठ नेता राहुल गांधी की सांसदी वापस मिलने के बाद मंगलवार...
દિયોદરમાં મોડી રાત્રે હાઇવે પર છરી વડે હુમલો@live24newsgujarat
દિયોદરમાં મોડી રાત્રે હાઇવે પર છરી વડે હુમલો@live24newsgujarat
Worst! The Kapil Sharma Show Comeback Is Not Impressed Many People, They Called It Worst
Worst! The Kapil Sharma Show Comeback Is Not Impressed Many People, They Called It Worst
RUIDP ने विधार्थियों को किया स्वास्थ्य और स्वच्छता के प्रति जागरूक
बूंदी। राजस्थान नगरीय आधारभूत विकास परियोजना (Rajasthan Urban Infrastructure Development Project)...