Baganpara আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সম্প্ৰতি বি পি এফ দলে আৰম্ভ কৰিছে কুচকাৱাজ। দলীয় কৰ্মকৰ্তা সকলক সক্ৰিয় কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত এটাৰ পিচত আন এটাকৈ অনুষ্ঠিত কৰি গৈছে দলীয় কাৰ্যসুচী । আজি বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সহস্ৰাধিক ৰাইজৰ লগত বাক্সা জিলাৰ বাগানপাৰা বি পি এফ কাৰ্যালয়ৰ পৰা পাচ কিঃমিঃ পদযাত্ৰা কৰি টুপুলীয়াত এখন গনজাগৰণ সভাত অংশ লয় । শান্তি ,ঐক্য,সংহতি আৰু প্ৰগতিৰ হকে অংশগ্ৰহন কৰা সভাত হাগ্ৰামা মহিলাৰীয়ে বৰ্তমানৰ ইউ পি পি এল চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ।বড়ো জাতিটোক প্ৰমোদ বড়োৱে ধ্বংস কৰা বুলি মন্তব্য কৰে হাগ্ৰাম মহিলাৰীয়ে । ইপিনে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে সমাগত লোকসভা নিৰ্বাচনত বি পি এফ দলে কাৰো লগত মিত্ৰতা নকৰাকৈ নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફતેપુરા તાલુકાના સલીયાટા ગામનાં ૨ યુવાનો ને લીમખેડા સર્કીટ હાઉસ આગળ નડ્યો અકસ્માત જેમાંથી એક યુવકનું ઘટના સ્થળ પરજ મોત નીપજ્યુ અન્ય એક ને ગંભીર ઇજાઓ
ફતેપુરા તાલુકાના સલિયાટાના ૨ યુવાનોની બાઇક ડમ્પરે સર્જયો ભયાનક અકસ્માત એક યુવકનું ઘટના...
মান্দাকাটা কমাণ্ডো বেটেলিয়নৰ বিশাল পদযাত্ৰা
আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা "সফল কৰাৰ উদ্দেশ্যে...
"सुभाख" 20को करेगी रास महोत्सव का आयोजन: रिहर्सल सुरू
नवप्रजन्म के विभिन्न क्षेत्रों के शिल्पीयों एक मंच प्रदान करने के उद्देश्य से गत दुर्गापुजा...
કેન્દ્રીય મંત્રીશ્રી પરષોત્તમ રૂપાલાની પ્રેરક ઉપસ્થિતમાં અખિલ ગુજરાત વિધુત કામદાર સંઘનું મહાઅધિવેશન
કેન્દ્રીય મંત્રીશ્રી પરષોત્તમ રૂપાલાની પ્રેરક ઉપસ્થિતમાં અખિલ ગુજરાત વિધુત કામદાર સંઘનું મહાઅધિવેશન
গেলেকীৰ আঠখেল চাহ বাগিছাত গছপুলি ৰোপনেৰে গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টা
অসম চৰকাৰৰ পৰিৱেশ -বনবিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰে হাতত লোৱা অমৃত...