সভাত জাতীয় সংগীত পৰিৱেশনৰ সময়ত মোবাইল ফোনত ব্যস্ত থাকি ৰোষত পৰিছে মাজুলীৰ বিধায়ক ভূৱন গাম । এই ঘটনাৰ পিছত এতিয়া ভূৱন গামক জাতিদ্ৰোহী আখ্যা দিছে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক জ্যোতিস্মান বৰাই ভূৱন গামৰ বিধায়ক পদ খাৰিজ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয় যে অসমীয়া সংস্কৃতিৰ প্ৰতি বিজেপিৰ কোনো দায়িত্ব নাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लूट प्रकरण में 9 माह से फरार 5000/- रूपये का इनामी आरोपी गिरफ्तार
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा के निर्देशन में एंव अतिरिक्त पुलिस अधीक्षक...