গোলাঘাটৰ বিশেষ আদালতে দোষ মুক্ত কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইত। সামাজিক মাধ্যমত নিজৰ অভিব্যক্তি নাইবা মত প্ৰকাশ কৰাটো গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰে । গোলাঘাটৰ দিব্যজ্যোতি মহন্তৰ বিশেষ আদালতে আজি অৱশেষত দোষমুক্ত ঘোষনা কৰিলে ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক*। মুখ্যমন্ত্ৰী,আৰক্ষীলৈ বৰ্ষাশ্ৰীৰ আজি মুকলি আহ্বান ।সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা লিখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি প্ৰায় দুমাহৰো অধিক দিন গোলাঘাটৰ কাৰাগাৰত বন্দী কৰি ৰখা মেধাবী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক UAPA গোচৰত গোলাঘাটৰ উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে ২০২২ চনৰ ১৮ মেত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগনামাত কোনো সাক্ষ্য প্ৰমাণেই ডাঙি ধৰিব নোৱাৰিলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arshad Nadeem ने बताया कि Neeraj Chopra संग खींची फोटो में Pakistan का झंडा क्यों नहीं था?
Arshad Nadeem ने बताया कि Neeraj Chopra संग खींची फोटो में Pakistan का झंडा क्यों नहीं था?
Seedha Sauda Stock Picks: Gujarat Gas & Cipla में निवेश का यही मौका? | Business News
Seedha Sauda Stock Picks: Gujarat Gas & Cipla में निवेश का यही मौका? | Business News
વિસનગર : છોકરી ભગાડવામાં તારો હાથ છે, કહી યુવકને ત્રણ શખ્સોએ માર માર્યો, પોલીસ ફરિયાદ
વિસનગર તાલુકાના કડા ગામે ઉમિયાનગર સોસાયટીમાં રહેતા યુવકને છોકરી ભગાડવામાં તારો હાથ છે, તેમ કહી...