কলিয়াবৰত সময়ে সময়ে আৰক্ষীয়ে হেলমেট আৰু ছিট বেল্ট নলগুৱা আৰোহীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।শুক্ৰবাৰে কলিয়াবৰৰ চুলুং তদলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱ নাথ ৰ নেতৃত্বত কলিয়াভোমোৰা দলঙৰ সমীপত চলিল অভিযান।বাহন সমূহ তন্ন তন্ন কৈ তালাচী চলোৱাৰ লগতে ছিট বেল্ট আৰু হেলমেট নিপিন্ধা আৰোহীৰ পৰা মুঠ ১৩ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হল ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
   বিহালি পৱিত্ৰ  
 
                      বিহালী ৰাংছালী নিবাসী বিশ্বনাথ মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী পবিত্ৰ দাস আজি পৰলোক...
                  
   ahemedabad: AMCની કચરાની ગાડીએ રાહદારીને અડફેટે લીધા  
 
                      ahemedabad: AMCની કચરાની ગાડીએ રાહદારીને અડફેટે લીધા | Ahmedabad News | Accident News
                  
   સુરેન્દ્રનગરમાં મોટી ઘટના ! ૮૦ ફૂટ રોડ પર યુવાનની લાશ મળી આવતા ચકચાર | Surendranagar Police News 
 
                      સુરેન્દ્રનગરમાં મોટી ઘટના ! ૮૦ ફૂટ રોડ પર યુવાનની લાશ મળી આવતા ચકચાર | Surendranagar Police News
                  
   केंद्रीय मंत्री को बताएं जिले के किसानों की समस्या 
 
                      तालेड़ा
जयपुर में कल केन्द्रीय कृषि राज्य मंत्री श्री भागीरथ चौधरी से नवीन चौधरी जमीतपुरा ने...
                  
   
  
  
  
   
  