📌হাছান আল্লাম হোল্ডিং কোম্পানীৰ চিইঅ’ হাছান আল্লামৰ সৈতে সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ|অৰ্থনীতি আৰু বিনিয়োগৰ সৈতে জড়িত বিষয়ৰ উপৰিও ইজিপ্তত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি তেওঁৰ আবেগ শুনি আপ্লুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী|