বৰবাম তিনি আলিত আজি ভাৰতীয় জনতা পাৰ্টিৰ বুথ সৱলী কৰণ সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত টিলৈ গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ বৰবাম তিনি আলিত বুথ সৱলী কৰণ সভা অনুষ্ঠিত হয়। সভাত চেপন জিলা পৰিষদৰ সদস্যা জ্যোৎস্না কৈৰীক টিলৈ গাঁও পঞ্চায়তৰ সভাপতি দিলীপ বৰুৱাক উপসভানেত্ৰী পিংকি চলিহা শইকীয়াক শক্তিকেন্দ্ৰৰ আহ্বায়ক মদন ছেত্ৰীকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিজেপি কাৰ্য্যকৰ্তা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
74માં સ્વાતંત્ર્ય પર્વની ઉજવણીના ભાગરૂપે આજરોજ વલસાડ જીલ્લાના નાના પોન્ડા ખાતે ધ્વજવંદન કાર્યક્રમનું આયોજન કરવામાં આવ્યું હતું.
74માં સ્વાતંત્ર્ય પર્વની ઉજવણીના ભાગરૂપે આજરોજ વલસાડ જીલ્લાના નાના પોન્ડા ખાતે ધ્વજવંદન...
દસાડા હત્યા કેસના જામીન પર છૂટેલા આરોપીએ આત્મહત્યા કરી
દસાડા હત્યા કેસના જામીન પર છૂટેલા આરોપીએ આત્મહત્યા કરી
দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে সংবাদমেল সম্বোধন উদযাপন সমিতিৰ
দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে সংবাদমেল সম্বোধন উদযাপন সমিতিৰ।...
नगर अमानगंज में आज लगाया गया विशाल निशुल्क नेत्र जांच शिविर।
नगर अमानगंज में आज लगाया गया विशाल निशुल्क नेत्र जांच शिविर।
रोहा के करैयगुडी बील में सामुहिक मत्स्य पकडने का आनंद लिया विभिन्न क्षेत्रों से आये सैकड़ों जनता ने।
रोहा के करैयगुडी बील में आज प्रात:से ही रोहा सहित विभिन्न क्षेत्रों से आये सैकड़ों पुरूष, महिलाओं...