বৰবাম তিনি আলিত আজি ভাৰতীয় জনতা পাৰ্টিৰ বুথ সৱলী কৰণ সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত টিলৈ গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ বৰবাম তিনি আলিত বুথ সৱলী কৰণ সভা অনুষ্ঠিত হয়। সভাত চেপন জিলা পৰিষদৰ সদস্যা জ্যোৎস্না কৈৰীক টিলৈ গাঁও পঞ্চায়তৰ সভাপতি দিলীপ বৰুৱাক উপসভানেত্ৰী পিংকি চলিহা শইকীয়াক শক্তিকেন্দ্ৰৰ আহ্বায়ক মদন ছেত্ৰীকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিজেপি কাৰ্য্যকৰ্তা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
LIVE: चंद्र ग्रहण हुआ समाप्त, जानें ग्रहण खत्म होने के बाद क्या करें
साल का अंतिम चंद्र ग्रहण जारी हो चुका है। भारत में यह ग्रहण करीब 40 से 50 मिनट तक रहेगा। इसका असर...
Murtijapur | अकोला जिल्हा स्काऊट्स & गाईड्स फेलोशिप व संतकृपा हॉस्पिटल च्या वतीने भव्य रक्तदान शिबीर
Murtijapur | अकोला जिल्हा स्काऊट्स & गाईड्स फेलोशिप व संतकृपा हॉस्पिटल च्या वतीने भव्य...
BREAKING NEWS: ನೀಟ್ ಯುಜಿ- 2023 ಪರೀಕ್ಷೆ ಫಲಿತಾಂಶ ಪ್ರಕಟ: ವೀಕ್ಷಿಸಲು ಹೀಗೆ ಮಾಡಿ | NEET UG 2023 Result Declared
ನವದೆಹಲಿ: ರಾಷ್ಟ್ರೀಯ ಪರೀಕ್ಷಾ ಸಂಸ್ಥೆ (ಎನ್ಟಿಎ) ಮಂಗಳವಾರ ರಾಷ್ಟ್ರೀಯ ಅರ್ಹತಾ ಮತ್ತು ಪ್ರವೇಶ ಪರೀಕ್ಷೆ (ಯುಜಿ)...
গোৰেশ্বৰত এবছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদ,দৰঙৰ পৰিৱৰ্তে ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবী ।
গোৰেশ্বৰত এবছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদ,দৰঙৰ পৰিৱৰ্তে ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবী ।