গোলাঘাটৰ আৰক্ষী নিবেশত চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ নিবেশত আত্মহত্যা এগৰাকী আৰক্ষী কণিষ্ঠবলৰ ৷ আৰক্ষীগৰাকী গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী ৰাকেশ ৰায় বুলি চিনাক্ত কৰা হৈছে ৷ কিন্তু কি কাৰণত আৰক্ষীগৰাকীয়ে এই চৰমপন্থা অৱলম্বন কৰিলে বৰ্তমানলৈকে জানিব পৰা নাই। বৰ্তমান আৰক্ষীগৰাকীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ অনা হয় ৷ ৰাকেশ ৰয় আৰক্ষী নিবেশত আজি অকলশৰে থকাৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ আশংকা কৰা হৈছে ৷ আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સોરઠી ડેમ છલકાતા બરડા માં લીલા લહેર #porbandar #news
સોરઠી ડેમ છલકાતા બરડા માં લીલા લહેર #porbandar #news
शीतल पेयजल के लिए नगर परिषद गुनौर द्वारा लगाया गया वाटर कूलर
गुनौर : नगर परिषद की ओर से नगर के बस स्टैंड पर वाटर कूलर लगाया गया। बस स्टैंड पर...
ৰানী পুখুৰীত লাফিকুল ইছলামৰ স্মৃতিত পঞ্চম ছাত্ৰ সংহতি দিবস উদযাপনৰ প্ৰস্তুতি
# এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদৰ স্মৃতিত পঞ্চম " ছাত্ৰ সংহতি" দিৱস উদযাপনৰ...
देवनारायण जी के मन्दिर व आडागेला बालाजी के मन्दिर मे पैसे व घण्टी चोर गिरफ्तार
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा ने बताया की थानाधिकारी पुलिस थाना के. पाटन...