গোলাঘাটৰ আৰক্ষী নিবেশত চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ নিবেশত আত্মহত্যা এগৰাকী আৰক্ষী কণিষ্ঠবলৰ ৷ আৰক্ষীগৰাকী গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী ৰাকেশ ৰায় বুলি চিনাক্ত কৰা হৈছে ৷ কিন্তু কি কাৰণত আৰক্ষীগৰাকীয়ে এই চৰমপন্থা অৱলম্বন কৰিলে বৰ্তমানলৈকে জানিব পৰা নাই। বৰ্তমান আৰক্ষীগৰাকীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ অনা হয় ৷ ৰাকেশ ৰয় আৰক্ষী নিবেশত আজি অকলশৰে থকাৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ আশংকা কৰা হৈছে ৷ আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચોટીલા દર્શન કરવા જતા અમદાવાદનાં પરિવારને અકસ્માત નડયો : ત્રણને ઇજા
સાયલા ચોટીલા હાઈવે પર ચોટીલા દર્શન કરવા જતા પરિવારને અકસ્માત નડયો હતો. અમદાવાદના મણિનગર ખાતે...
कोटा एसपी प्रेस कॉन्फ्रेंस लाइव, कोटा सिटी एसपी ने किया बड़ा खुलासा
कोटा एसपी प्रेस कॉन्फ्रेंस लाइव, कोटा सिटी एसपी ने किया बड़ा खुलासा
इजराइली सेना ने हिजबुल्लाह के 250 लड़ाके मारे:सीरिया से संपर्क तोड़ा; बाइडेन बोले- ईरानी परमाणु अड्डे-तेल भंडार पर हमला न करे इजराइल
इजराइली डिफेंस फोर्स (IDF) ने दक्षिणी लेबनान के बाद अब उत्तरी लेबनान में भी हवाई हमले तेज कर दिए...