আজি নাজিৰাত নিপুণ অসমৰ অভিযানৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ । শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত শিৱবাৰী বাগিচা প্ৰাথমিক বিদ্যালয়ত ন-পাম বাৰুৱতী আৰু নামদাং মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৫২ গৰাকী শিক্ষকক ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৪ দিনীয়াকৈ নিপুণ অসম অভিযানৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা জ্ঞানৰ ক্ষেত্ৰত উন্নত পাঠদানৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ন-পাম বাৰুৱতী মণ্ডলৰ সমন্বয়ক হিতেশ্বৰ কোঁৱৰে। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে শিৱবাৰী বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিখেশ্বৰ গগৈয়ে । শিক্ষক সকলৰ সংকল্প গ্ৰহণৰ পাছতে আৰম্ভ হয় এই প্ৰশিক্ষণ কাৰ্যসূচী। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে দায়িত্ব সম্পাদন কৰে অংগনা চেলেং আৰু প্ৰিয়াংকী বৰুৱাই। এই প্ৰশিক্ষণ গ্ৰহণৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলৰ ভাষীক আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত উন্নত পাঠদান সম্ভৱ হ'ব বুলি আশা ব্যক্ত কৰি অসমৰ শিক্ষা বিভাগক কৃতজ্ঞতা জনায় শিক্ষক সকলে।নিপুণ অসম কাৰ্যসূচীৰ খণ্ড সমল ব্যক্তি জ্যোতি ফুকন আৰু নাজিৰা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক শৈলেন কলিতা উপস্থিত থাকে এই প্ৰশিক্ষণ কাৰ্যসূচীত।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  હવે પાકિસ્તાની પ્રેમીને મળવા પહોંચી ભારતથી અંજુ બીજા લગ્ન કરી પ્રિવેડીંગ ના ફોટો  વિડીયો થયા વાયરલ. 
 
                      કોઇ પણ ક્ષેત્રૅ જ્યારે વાત ભારત અને પાકિસ્તાન વચ્ચેની આવે તો પુરી દુનિયાનુ ધ્યાન તેની ઉપર...
                  
   📌আজিৰে পৰা ৰাজ্যত ৩৮খন নতুন মাধ্যমিক বিদ্যালয়ৰ উদ্বোধনী কাৰ্যসূচী শুভাৰম্ভ 
 
                      আজিৰে পৰা ৰাজ্যত ৩৮খন নতুন মাধ্যমিক বিদ্যালয়ৰ উদ্বোধনী কাৰ্যসূচী শুভাৰম্ভ ডিব্ৰুগড় জিলাৰ ভিতৰ...
                  
   ગુજરાતીઓ મોદીને અમિતાભ માને છે, જો તમારી પાસે અમિતાભ બચ્ચન છે, તો 'અસરાની' પાસે પ્રચાર કરાવવાની શું જરૂર છે? 
 
                      કોંગ્રેસના સયાજીંગજ બેઠકના ઉમેદવાર અમી રાવત અને રાવપુરા બેઠકના ઉમેદવાર સંજય પટેલના પ્રચાર માટે...
                  
   જિલ્લા ભાજપ અપેક્ષિત કાર્યકરોની ચુટણી લક્ષી બેઠક યોજાઈ. જુઓ. વૉઈઝ ઑફ મહીસાગર ન્યુઝ 
 
                      જિલ્લા ભાજપ અપેક્ષિત કાર્યકરોની ચુટણી લક્ષી બેઠક યોજાઈ. જુઓ. વૉઈઝ ઑફ મહીસાગર ન્યુઝ
                  
   બગસરા વિસ્તારમાં પ્રકાશન થતા ન્યૂઝ પેપરોમાં બગસરા ટાઉન વિસ્તારમાં ઠેર ઠેર દારૂ ના હાટડા અંગેના શિર્ષક સાથે ના ન્યુઝ પ્રકાશિત કરવામાં આવેલ હોય જે અનુસંધાને બગસરા પોલીસ સ્ટેશન જાહેર જનતા ને જવાબ 
 
                      બગસરા પોલીસ સ્ટાફ દ્વારા બગસરા પો.સ્ટે વિસ્તારમા પ્રોહીની બદી નેસ્તા નાબુદ કરવા કરેલ કાર્યવાહી....
                  
   
  
  
  
  
   
  