হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পিছত ছেবাই সোমবাৰে অনুষ্ঠিত হব লগা বিজ্ঞান পৰীক্ষা বাতিলৰ পিছত পৰীক্ষাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে।একাংশ পৰীক্ষাৰ্থীয়ে পুৱা পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পিছতহে তেওঁলোকৰ বিজ্ঞান পৰীক্ষা বাতিল হোৱাৰ কথা অৱগত হয় মৰাণৰ পৰীক্ষা কেন্দ্ৰত পুৱা পৰীক্ষা দিবলৈ অহা ছাত্ৰ ছাত্ৰী ছেবাৰ বিৰুদ্ধে ক্ষোভ উজাৰে।বিজ্ঞান পৰীক্ষাৰ বাবে ৰাতি এপৰলৈকে পঢ়ি সাজু হৈ অহা ছাত্ৰ ছাত্ৰীয়ে এতিয়া অন্য বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হব নে বিজ্ঞান বিষয়ৰ বাবে সাজু হব তাকলৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে।একাংশ পৰীক্ষাৰ্থীয়ে বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হবলৈ ছেবাই ছাত্ৰ ছাত্ৰীসকলক কিছু সময় দিবলৈ আহ্বান জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰভাত ফেৰী :: বিশাল সমদল
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি পুৱা "প্ৰভাত ফেৰী"...
মাজুলীৰ দক্ষিণপাটত জল জীৱন আঁচনিৰ শুভাৰম্ভ নহওতে ফাটিল ৱাল
মাজুলীৰ দক্ষিণপাটত জল জীৱন আঁচনিৰ শুভাৰম্ভ নহওতে ফাটিল ৱাল
চাপৰমুখ মাৰৱাৰী পট্টি অগ্নি কাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত বিজেপি এচ চি মোৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাস।
ৰহাৰ চাপৰমুখ মাৰবাৰী পট্টিত যোবা ২৩ডিচেম্বৰত সংঘটিত হোবা বিধ্বংসী অগ্নি কাণ্ডত সৰ্বস্ত্ৰ হেৰোৱা...
Supreme Court Verdict On EVM: EVM पर SC के फैसले पर क्या बोले PM Modi? | Aaj Tak
Supreme Court Verdict On EVM: EVM पर SC के फैसले पर क्या बोले PM Modi? | Aaj Tak
नयापुरा थाना पुलिस ने निलंबित कांस्टेबल रविंद्र मलिक को हरियाणा से गिरफ्तार किया है
कोटा नयापुरा थाना पुलिस ने निलंबित कांस्टेबल रविंद्र मलिक को हरियाणा से गिरफ्तार किया है,...