আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷ প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಹಿಂದಿನ ಸರ್ಕಾರದ ಪ್ರಮುಖ ಹಗರಣಗಳ ತನಿಖೆ ಮಾಡಿಸುತ್ತೇವೆ - ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಹೇಳಿಕೆ
ಹಿಂದಿನ ಬಿಜೆಪಿ ಸರ್ಕಾರದ ಅವಧಿಯಲ್ಲಿ ನಡೆದಿರುವ ಪ್ರಮುಖ ಹಗರಣಗಳ ಬಗ್ಗೆ ತನಿಖೆ ಮಾಡಿಸುತ್ತೇವೆ ಎಂದು ಸಿಎಂ...
ડીસા ના જુનાડીસા ખાતે ગૃહમંત્રી હર્ષ સંઘવી પહોંચ્યા..
ડીસા ના જુનાડીસા ખાતે ગૃહમંત્રી હર્ષ સંઘવી પહોંચ્યા..
सोनारी में शिक्षक दिवस समारोह आयोजित
देश के अन्य हिस्सों के साथ आज सोनारी में भी चराईदेव जिला प्रशासन के तत्वावधान में तथा शिक्षा...
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰিলে বেংককত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত
বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক...
Eknath Shinde सरकारने Sanjay Raut, Nawab Malik Security का काढली?
Eknath Shinde सरकारने Sanjay Raut, Nawab Malik Security का काढली?