নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চতমা গাৱঁৰ নামখালা চুবুৰিৰ ধৰ্মপ্ৰানা মহিলা গীতা দেৱীৰ আজি দুপৰীয়া ১২-৩০ বজাত মৃত্যু হয়৷অতিপাত অমায়িক আৰু মৰমীয়াল মহিলা গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷তেওঁ অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা সিদ্ধিনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি অধ্যক্ষ,চতমা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাৰ পত্নী৷আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ,দুই কন্যা,জোৱাই,ভতিজা,ভাগিন,নাতি নাতিনী সহ অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাৰায়ণপুৰত ত্ৰিৰংগা পদযাত্ৰা
নাৰায়ণপুৰৰ মৰিডিক্ৰং ব্যৱসায়ী সন্থাৰ উদ্যাগত দুৰ্গাপূজা উদ্যাপন সমিতি আৰু মৰিডিক্ৰং...
OnePlus 12R, OnePlus Nord 4 और दूसरे OnePlus डिवाइस पर मिल रहे हैं फेस्टिव ऑफर्स, जल्दी करें
OnePlus इस फेस्टिव सीजन में 26 सितंबर से स्मार्टफोन टैबलेट स्मार्टवॉच और ऑडियो प्रोडक्ट्स पर...
फ्यूल सरचार्ज पर गरमाई सियासत, कांग्रेस बोली- आम आदमी के हितों पर कुठाराघात, सरकार ने ये दिया जवाब -
प्रदेश में बिजली बिलों में फ्यूल सरचार्ज बढ़ाने के मामले पर सियासत गरमा गई है. पक्ष-विपक्ष...
Tata Sons IPO Cancelled? | क्या कंपनी ने अब तक नहीं लिया आईपीओ का फैसला? |Tata Chemicals Share Price
Tata Sons IPO Cancelled? | क्या कंपनी ने अब तक नहीं लिया आईपीओ का फैसला? |Tata Chemicals Share Price