নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চতমা গাৱঁৰ নামখালা চুবুৰিৰ ধৰ্মপ্ৰানা মহিলা গীতা দেৱীৰ আজি দুপৰীয়া ১২-৩০ বজাত মৃত্যু হয়৷অতিপাত অমায়িক আৰু মৰমীয়াল মহিলা গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷তেওঁ অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা সিদ্ধিনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি অধ্যক্ষ,চতমা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাৰ পত্নী৷আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ,দুই কন্যা,জোৱাই,ভতিজা,ভাগিন,নাতি নাতিনী সহ অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Reliance Share Strategy Today | बाजार को आज Support कर रहा Stock, क्या कदम उठाएं Investors?
Reliance Share Strategy Today | बाजार को आज Support कर रहा Stock, क्या कदम उठाएं Investors?
ડીસાના રામપુરા નજીક ટ્રકની ટક્કર વાગતાં આધેડનું મોત
ડીસાના રામપુરાના પાટિયા નજીક મંગળવારે મોડી સાંજે ઇંટો ભરીને જઇ રહેલા ટ્રેકટરને પાછળથી આઇવા ટ્રકના...
ડીસા તાલુકા 108 ની ટીમે એમ્બ્યુલન્સમાં બાળકને જન્મ આપ્યો / સબંધ ભારત ન્યુઝ
ડીસા તાલુકા 108 ની ટીમે એમ્બ્યુલન્સમાં બાળકને જન્મ આપ્યો / સબંધ ભારત ન્યુઝ
বোকাখাত মহকুমাৰ ৰঙাগড়াৰ বিদ্যালয়সমূহত হঠাৎ অচিন ৰোগত আক্ৰান্ত হৈছে শিক্ষাৰ্থী
জ্বৰ, কাঁহ,কঁপনি,পেটবিষৰ লগতে উশাহ-নিশাহত কষ্ট পাইছে ছাত্ৰ-ছাত্ৰীসকলে । যোৱা বুধবাৰৰ পৰা ৰঙাগড়া...
કાલોલ નુરાની ચોક ખાતે ભાજપ હોદેદારો, ઈદે મિલાદ કમિટી, પોલીસ સ્ટાફ અને લઘુમતી મોર્ચા દ્વારા બેઠક મળી
કાલોલ નુરાની ચોક ખાતે ભાજપ હોદેદારો, ઈદે મિલાદ કમિટી, પોલીસ સ્ટાફ અને લઘુમતી મોર્ચા દ્વારા બેઠક મળી