চৰাইদেউ জিলাৰ মৰাণৰ চাংমাই গাঁও তেলী পট্টীত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ ৷ অচিনাক্ত দুৰ্বৃত্তই তিনিজন লোকৰ বাসগৃহত জমা কৰি ৰখা খেৰৰ মজিত কৰে অগ্নি সংযোগ ৷ অগ্নিকাণ্ডৰ ফলত নিশা হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত চাংমাই গাঁৱৰ তেলী পট্টীৰ ৰমেশ তেলী, চেনীৰাম চাহু আৰু বেলা তেলী নামৰ তিনিজন ব্যক্তিৰ বাসগৃহ চৌহদত জমা কৰি ৰখা খেৰৰ মেজিত যোৱা নিশা অগ্নিসংযোগ কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ এই অগ্নিসংযোগৰ ফলত এজন লোক সামান্য পৰিমাণে আহত হয় ৷ আনহাতে অগ্নিসংযোগৰ পাছতে পৰিয়ালৰ লোক সাৰ পোৱাত চাৰি/পাঁচজনীয়া দুৰ্বৃত্তৰ দলটো পলাই যায় ৷ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাত ব্যক্তিকেইজনৰ বাসগৃহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালকেইটাই মৰাণহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ड्रग तस्करी मामले में गिरफ्तार 'Sadak 2' की अभिनेत्री क्रिसन परेरा रिहा, UAE की जेल में की गई थी कैद
Chrisann Pereira released from Sharjah jail कथित ड्रग्स तस्करी मामले में संयुक्त अरब अमीरात...
સસ્તા અનાજની દુકાનદારોએ અને કેરોસીન વિતરકો એ શા માટે મામલતદાર ને આપ્યું આવેદન ?
પાવીજેતપુર તાલુકાના સસ્તા અનાજના દુકાનદારો તેમજ કેરોસીન વિતરકો દ્વારા મામલતદાર ને આવેદનપત્ર...
HDFC Bank Share News: क्या Stock में इतनी तेजी के बाद आ सकता है Correction? | Business News
HDFC Bank Share News: क्या Stock में इतनी तेजी के बाद आ सकता है Correction? | Business News
स्वतंत्रता दिवस के समारोह में नन्ही मुन्नी ने दिया राष्ट्र भक्ति का संदेश
बूंदी। राजकीय उच्च माध्यमिक विद्यालय में तलवास की सभी शिक्षण संस्थाओं का सामूहिक आयोजन किया गया।...
Asian Games 2023 : एशियन गेम्स में भारत को आज 2 ब्रॉन्ज मेडल, रोलर स्केटिंग मीटर में मिला Bronze |
Asian Games 2023 : एशियन गेम्स में भारत को आज 2 ब्रॉन्ज मेडल, रोलर स्केटिंग मीटर में मिला Bronze |