আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৰহন গাওঁ পঞ্চায়তৰ আধিনৰ গ্ৰাম্য জীৱিকা সংগঠনৰ উদ্যোগত ৰহন বৰটানী  গাওঁত অৰ্ধশতাধিক লোক সমবেত হৈ পদযাত্ৰা কৰা পৰিলক্ষিত হয়।

হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বন্দেমাতৰম,ভাৰত মাতা কি জয় আদি শ্লোগানে সমগ্ৰ ৰাজপথত পদযাত্ৰা অব্যাহত ৰাখে।