ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ঝলঙত নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত পথ দুৰ্ঘটনাত তিনিচুকীয়ালৈ গৈ থকা UP15TT4878নং ট্ৰাক খন সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হয়। জানিব পৰামতে আন এখন ট্ৰাকে অভাৰ ট্ৰেক কৰি হঠাৎ ব্ৰেক মাৰি দিয়াত পিছফালৰ পৰা তিনিচুকীয়ালৈ গৈথকা ট্ৰাক খনে খুন্দামাৰি দুৰ্ঘটনাত পতিত হয়। মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ৰেনৰ সহায়ত ট্ৰাকখন ঘাই পথৰ পৰা।আতৰাই আৰু লগতে ট্ৰাকখনত থকা বস্তু অন্য এখন ট্ৰাকত তিনিচুকীয়ালৈ নিয়াৰ ব্যৱস্থা কৰায়। দুৰ্ঘটনাত ট্ৰাক।চালকজনে সামান্য দুখ পোৱা বুলি।জানিব পৰা যায়। মৰাণ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ।কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વી ડી ઝાલાવાડિયા એ દ્રારકાધીશ મંદિરે ધજા પુંજન કરી
કામરેજ વિધાનસભા ના ધારાસભ્ય વી ડી ઝાલાવાડિયા એ દ્રારકાધીશ મંદિરે ધજા પુંજન કરી.
...
पानी छोड़ने पर बवाल, चीन ने धमकी दी, दुनियाभर में हड़कंप क्यों मचा? Japan| Jinping | Duniyadari E911
पानी छोड़ने पर बवाल, चीन ने धमकी दी, दुनियाभर में हड़कंप क्यों मचा? Japan| Jinping | Duniyadari E911
साजी देहडा के बरसाती नाले में पहली बारिश में लोगों का जीना मुश्किल हो गया घरों में पानी भर गया और गं दगी और मलवे के ढेर घरों में तक
साजी देहडा के बरसाती नाले में पहली बारिश में लोगों का जीना मुश्किल हो गया घरों में पानी भर गया और...
জিলাখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন স্বাস্থ্যসেৱা সঞ্চালক আৰু অতিৰিক্ত আয়ুক্তৰ
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে আৰু জিলা স্বাস্থ্য...
वायरल वीडियो कानपुर : परमट मंदिर की घटना,
वायरल वीडियो कानपुर : परमट मंदिर की घटना,