ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ঝলঙত নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত পথ দুৰ্ঘটনাত তিনিচুকীয়ালৈ গৈ থকা UP15TT4878নং ট্ৰাক খন সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হয়। জানিব পৰামতে আন এখন ট্ৰাকে অভাৰ ট্ৰেক কৰি হঠাৎ ব্ৰেক মাৰি দিয়াত পিছফালৰ পৰা তিনিচুকীয়ালৈ গৈথকা ট্ৰাক খনে খুন্দামাৰি দুৰ্ঘটনাত পতিত হয়। মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ৰেনৰ সহায়ত ট্ৰাকখন ঘাই পথৰ পৰা।আতৰাই আৰু লগতে ট্ৰাকখনত থকা বস্তু অন্য এখন ট্ৰাকত তিনিচুকীয়ালৈ নিয়াৰ ব্যৱস্থা কৰায়। দুৰ্ঘটনাত ট্ৰাক।চালকজনে সামান্য দুখ পোৱা বুলি।জানিব পৰা যায়। মৰাণ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ।কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पन्ना पेड़-पौधे को टीका लगाकर लिया पर्यावरण रक्षा का संकल्प -- सतानंद पाठक!!
पन्ना पेड़-पौधे को टीका लगाकर लिया पर्यावरण रक्षा का संकल्प -- सतानंद पाठक!!
दाऊतपूर येथे कै.कोंडीबा देवराव बिडगर यांच्या पुण्यस्मरण कार्यक्रमानिमित्ताने होणार कीर्तन
ह. भ. प. व्याकरणाचार्य अर्जुन महाराज लाड गुरुजी यांचे कीर्तन होणार
परळी वैजनाथ...
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক চিমেন চাপৰি অধিৱেশনৰ প্ৰস্তুতি:তিনিশতাধিক ভক্তই গাইনদীত কাটিলে মাদুৰিপাত,কেইবাশ শিৱিৰ নিৰ্মাণৰ প্ৰস্তুতি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক চিমেন চাপৰি অধিৱেশনৰ প্ৰস্তুতি:তিনিশতাধিক ভক্তই গাইনদীত কাটিলে...
જૂનાગઢ ઉપલા દાતાર સ્થિત યોજાયો મહાયજ્ઞ
જૂનાગઢ કોમી એકતાના પ્રતીક સમી ઉપલા દાતારની જગ્યા ઉપર નવનાથ
સિદ્ધ ચોર્યાસીનો અખંડ ધુણો આવેલ છે,...