গোলাঘাটত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জিলা অধিৱেশনৰ লাইখুটা স্থাপন। অহা ২২, ২৩, আৰু ২৪ মাৰ্চত তিনিদিনীয়া বিস্তাৰিত কাৰ্যসূচীৰে সতী ৰাধিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। গোলাঘাট জিলাৰ কাবৰু, শিয়ালেখাটী, খুমটাই, কচু গাঁও শ্ৰীমন্ত শঙ্কৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হবলগীয়া এই অধিবেশনৰ লাইখুটা স্থাপন কৰে গাঁওৰ জেষ্ঠ ব্যক্তি তথা বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই সকলে। ২২ মাৰ্চত পূৱা পতাকা উত্তোলনৰ পাছতে ক্ৰমে বৃক্ষ ৰোপন, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, প্ৰদৰ্শনী দ্বাৰ মুকলি, ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ২৩ মাৰ্চত প্ৰাক্তন সতিৰ্থ সন্মিলন, প্ৰতিনিধি সভা, সন্ধিয়ালৈ এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। সেই মৰ্মে ২৪ মাৰ্চত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে অনুষ্ঠিত কৰা হ'ব মুকলি সভাৰ। এই মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કૃષિ મશીનરી અને ટેકનોલોજી અને કૃષિમાં તેમનો ઉપયોગ
Agricultural Machinery and Technology & Their Usage in Agriculture
વિવિધ પ્રકારની આધુનિક...
સંતરામપુર તરફથી લુણાવાડા જતા માર્ગ પર ખાડાઓ પુરવાની કામગીરી હાથ ધરવામાં આવી
સંતરામપુર તરફથી લુણાવાડા જતા માર્ગ પર ખાડાઓ પુરવાની કામગીરી હાથ ધરવામાં આવી
🛑নাৰেংগী পাথৰকোৱাৰী পথত দুৰ্ঘটনা,দুৰ্ঘটনাত পতিত দুখন দুচকীয়া বাহন।
🛑নাৰেংগী পাথৰকোৱাৰী পথত দুৰ্ঘটনা,দুৰ্ঘটনাত পতিত দুখন দুচকীয়া বাহন।
ब्रेकिंग न्यूज़ : आरोन फिंच ने एक दिवसीय क्रिकेट से संन्यास की घोषणा की।
ऑस्ट्रेलियाई वाइट बॉल कप्तान बल्लेबाज आरोन फिंच ने एक दिवसीय क्रिकेट से संन्यास की घोषणा की।...
हातकलंगले तालुक्यातील पाराशर हायस्कूल पाराशरच्या छोट्या प्रसाद ची मोठी कामगिरी
हातकलंगले तालुक्यातील पाराशर हायस्कूल पाराशरच्या छोट्या प्रसाद ची मोठी कामगिरी